Breaking

Browsing Category

মৃত্যু

গুৱাহাটীত চিকিৎসা বিজ্ঞানৰ ছাত্ৰীৰ আত্মহনন…

পুনৰ মহানগৰীত সংঘটিত এক আত্মহননৰ ঘটনাই সৃষ্টি কৰিছে তীব্ৰ চাঞ্চল্যৰ। মহানগৰীৰ ভঙাগড় অঞ্চলৰ চিলাৰায়ৰ নগৰৰ এচ বি আই কলনিত চিপ লৈ আত্মহননৰ পথ বাচা লয় এগৰাকী যুবতীয়ে।
Read More...

ৰঞ্জিত বৰাৰ হত্যাকাণ্ডৰ অভিযুক্তক গ্ৰেপ্তাৰ

গুৱাহাটীৰ মাজমজিয়াৰ পাঞ্জাবাৰীত দিনদুপৰতে গুলীয়াই হত্যা কৰিছিল পূৰবী ডেইৰীৰ বিতৰক ৰঞ্জিত বৰাক। ইতিপূৰ্বে সন্দেহযুক্ত কেইগৰাকীমানক আৰক্ষীয়ে আটক কৰিছিল যদিও মাৰাথন জেৰাৰ অন্তত এৰি দিছিল।
Read More...

পশ্চিমবংগৰ পূব মেদিনীপুৰত তৃণমূল কংগ্ৰেছৰ এগৰাকী নেতাৰ গৃহত সংঘটিত বোমা বিস্ফোৰণত তিনিগৰাকী লোক…

পশ্চিমবংগৰ পূব মেদিনীপুৰত তৃণমূল কংগ্ৰেছৰ এগৰাকী নেতাৰ গৃহত সংঘটিত বোমা বিস্ফোৰণত তিনিগৰাকী লোক নিহত হৈছে। আজি জিলাখনত টিএমচিৰ অন্যতম শীৰ্ষ নেতা অভিষেক বেনাৰ্জীৰ নিৰ্ধাৰিত সমাৱেশ অনুষ্ঠিত হোৱা পূৱ মিদনাপুৰৰ কণ্টাইৰ পৰা প্ৰায় ৪০ কিলোমিটাৰ
Read More...

কটনৰ মেধাবী ছাত্ৰীৰ আত্মহনন…

মই মোৰ জীৱনটোক ঘৃনা কৰো" ** খুবেই মেধাবী আছিল ছোৱালীজনী। আৰ্থিক অবস্হাই পৰিয়ালটোক জুৰুলা কৰিলেও একমাত্ৰ কন্যাক শিক্ষা গ্ৰহনৰ ক্ষেত্ৰত পিতৃয়ে কোনোদিনেই দৰিদ্ৰতাক হেঙাৰ হবলৈ দিয়া নাছিল। আনকি ছোৱালীজনীৰ সপোনবোৰ বাস্তব হোৱাৰ বাবে এবছুৱে
Read More...

পুনৰ ৰাজ্যত কটন বিশ্ববিদ্যালয়ৰ ছাত্ৰীয়ে গ্ৰহণ কৰিলে চৰম সিদ্ধান্ত…

ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ ছাত্ৰ আনন্দ শৰ্মাই ৰেগিঙৰ সন্মুখীন হৈ হোষ্টেলৰ বিল্ডিঙৰ পৰা জপিয়াই দিয়াৰ দৰে ঘটনা সংঘটিত হোৱাৰ প্ৰতিক্ৰিয়া মাৰ নৌযাওতেই পুনৰ ৰাজ্যত আন এগৰাকী ছাত্ৰীয়ে চৰম সিদ্ধান্ত সংঘটিত কৰাৰ কথা পোহৰলৈ আহিছে।
Read More...

তেজপুৰৰ বিশিষ্ট লিখক তথা সমাজকৰ্মী কুলেন্দ্ৰ মোহন দাসৰ কালি নিশা বিয়োগ ঘটে…

তেজপুৰৰ বিশিষ্ট লিখক তথা সমাজকৰ্মী কুলেন্দ্ৰ মোহন দাসৰ কালি নিশা বিয়োগ ঘটে । কুলেন্দ্ৰ মোহন দাসৰ মৃত্যত ডিপোটা মিলনপুৰ অঞ্চলত শোকৰ ছা পৰে । ১৯৫৯ চনৰ ৫ জানুৱাৰীত ডিপোটা বামুন চুবুৰিত জন্ম গ্ৰহণ কৰা কুলেন্দ্ৰ মোহন দাসে প্ৰাথমিক শিক্ষা ডিপোটা
Read More...

আজি অনিমেষ হত্যাকাণ্ডৰ এবছৰ পূৰ্ণ হ’ল , ন্যায়ৰ অপেক্ষাত নীৰৱে চকুলো টুকিছে মাতৃয়ে…

আজি অভিশপ্ত সেই ২৯ নৱেম্বৰ। অনিমেষ ভূঞা হত্যাকাণ্ডই পাৰ কৰিলে এটা বছৰ।২০২১ বৰ্ষৰ আজিৰ দিনটোতেই যোৰহাটৰ মাজমজিয়াত একাংশ মানৱৰূপী দানৱৰ হাতত মৃত্যুক সাবটি লৈছিল দেৰগাঁও খকণ্ডগুৰিৰ আছু নেতা অনিমেষ ভূঞাই। ৰজাঘৰীয়াই ন্যায়ৰ আশ্বাস দিছিল যদিওঁ
Read More...

অস্কাৰ বিজয়ী সংগীত শিল্পী, অভিনেত্ৰী আইৰিন কাৰা এস্কালাৰাৰ মৃত্যু

অস্কাৰ বিজয়ী গায়িকা তথা অভিনেত্ৰী আইৰিন কাৰা এস্কালাৰাৰ মৃত্যু। মৃত্যুৰ সময়ত তেওঁৰ বয়স আছিল ৬৩ বছৰ।তথ্য় অনুসৰি, আইৰিনৰ ফ্লৰিডাত থকা তেওঁৰ বাসগৃহত মৃত্যু হৈছে। মৃত্যুৰ কাৰণ জনোৱা হোৱা নাই।
Read More...

কৰুণ ! তীব্ৰবেগী ৰে’লে মহতিয়াই নিলে ধান কাটিবলৈ যোৱা স্বামী–স্ত্ৰীক…

গোৱালপাৰা জিলাৰ ধনুভাঙাত অঘটন৷ ধান কাটিবলৈ গৈ থকা মুহূৰ্তত ৰে’লে কাটিলে পতি-পত্নীক৷ বৃহস্পতিবাৰৰ পৰা নতুন পথেৰে নিউবঙাইগাঁৱৰ পৰা ধূপধৰালৈ চলাচল কৰিছে ৰে’ল৷
Read More...

প্ৰবীণ অভিনেতা বিক্ৰম গোখলেৰ শেষ নিশ্বাস ত্যাগ…

হিন্দী আৰু মাৰাঠী ছবিৰ বিখ্যাত প্ৰবীণ অভিনেতা বিক্ৰম গোখলেই ৮২ বছৰ বয়সত শেষ নিশ্বাস ত্যাগ কৰে। স্বাস্থ্যৰ অৱনতি ঘটাত তেওঁক পুনেৰ পণ্ডিত দীননাথ মংগেশকাৰ হাস্পতালৰ আই চি ইউত ভৰ্তি কৰোৱা হৈছিল। সূত্ৰ মতে, তেওঁ যকৃতৰ গুৰুতৰ ৰোগত আক্ৰান্ত
Read More...