ৰাষ্ট্ৰীয়

Dengue vaccine trial: ডেংগুৰ ভেকচিনৰ সফল পৰীক্ষণ: ভাৰতত শীঘ্ৰেই উপলব্ধ হ’ব ডেংগুৰ ভেকচিন

শীঘ্ৰেই অন্ত পৰিব ডেংগু ৰোগৰ ভয়াৱহতা! ভাৰতত ডেংগুৰ ভেকচিনৰ মানৱ পৰীক্ষণ ইতিমধ্যে আৰম্ভ হৈছে(Dengue vaccine trial), আৰু অতি শীঘ্ৰেই দেশৰ বিভিন্ন কেন্দ্ৰত উপলব্ধ হ'ব ডেংগুৰ ভেকচিন। তথ্যখিনি জানিবলৈ পঢ়ক এই প্ৰতিবেদন।

Kulgam encounter: কুলগামত সুৰক্ষা বাহিনীৰে সন্ত্ৰাসবাদীৰ সংঘাত: তিনি সেনা জোৱানকে ধৰি এজন আৰক্ষী বিষয়া আঘাতপ্ৰাপ্ত

কাশ্মীৰৰ কুলগাম জিলাৰ আডিগাম অঞ্চলত সুৰক্ষা বাহিনী আৰু সন্ত্ৰাসবাদীৰ মাজত হোৱা সংঘাতৰ সময়ত তিনিজন সেনা জোৱান আৰু এজন আৰক্ষী বিষয়া আঘাতপ্ৰাপ্ত হৈছে । বৰ্তমানেও অঞ্চলটোত সন্ত্ৰাসবাদ বিৰোধী অভিযান অব্যাহত আছে(Kulgam encounter)।

Shipping and Waterway সাজু বন্দৰ, জাহাজ আৰু জলপথ মন্ত্ৰালয়

Shipping and Waterwaysসাজু বন্দৰ, জাহাজ আৰু জলপথ মন্ত্ৰালয়

AGP gratitude’Chief Ministerমুখ্যমন্ত্ৰীক কৃতজ্ঞতা অগপৰ

AGP gratitude'Chief Minister অসম চুক্তি ৰূপায়ণৰ দিশত অসম চৰকাৰৰ বৃহৎ পদক্ষেপ ৷ মুখ্যমন্ত্ৰীক কৃতজ্ঞতা অগপৰ ৷ অসম গণ পৰিষদৰ হৈ সভাপতি অতুল বৰা, কাৰ্যকৰী সভাপতি কেশৱ মহন্ত, উপ সভাপতিদ্বয় বিষ্ণু দাস আৰু অপূৰ্ব ভট্টাচাৰ্য, সাধাৰণ সম্পাদক মনোজ শইকীয়া, ড° তপন দাস, সুনীল ডেকা আৰু মণিমাধৱ মহন্ত তথা সম্পাদক গুণমণি ভূঞাৰ লগতে কেইবাগৰাকীও দলীয় বিষয়ববীয়াই আজি মুখ্যমন্ত্ৰী ডাঙৰীয়াক সাক্ষাৎ কৰি কৃতজ্ঞতা জ্ঞাপন কৰে।

PM Modi US visit: গাজাৰ পৰিস্থিতি সন্দৰ্ভত প্ৰধানমন্ত্ৰী মোদীৰ গভীৰ উদ্বেগ প্ৰকাশ

ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে নিউয়ৰ্কত পেলেষ্টাইনৰ ৰাষ্ট্ৰপতি মাহমুদ আব্বাসৰ সৈতে এক গুৰুত্বপূৰ্ণ বৈঠকত মিলিত হয়(PM Modi bilateral meeting with Palestinian President) । গাজাৰ অৱনমিত মানৱীয় পৰিস্থিতি সন্দৰ্ভত গভীৰ উদ্দেগ প্ৰকাশ কৰাৰ লগতে প্ৰধানমন্ত্ৰীগৰাকীয়ে পেলেষ্টাইনৰ লোকসকলৰ প্ৰতি ভাৰতৰ সমৰ্থনৰ কথা পুনৰ দোহাৰে(PM Modi US visit)।

Popular