ৰাষ্ট্ৰীয়

National Press Day:বোকাখাতত ৰাষ্ট্ৰীয় প্ৰেছ দিৱস পালন

বোকাখাত সমজিলা প্রশাসন, বোকাখাতৰ মহকুমা তথ্য আৰু জনসংযোগ বিষয়াৰ কাৰ্যালয়ৰ উদ্যোগত তথা বোকাখাত সমজিলাৰ সমূহ সাংবাদিকৰ সহযোগত সমগ্ৰ ৰাষ্ট্ৰৰ লগতে বোকাখাততো ৰাষ্ট্ৰীয় প্ৰেছ দিৱস(National Press Day) পালন কৰা হয়৷

Mahim Bara: ড০ ৰুমী কলিতাৰ ‘মহিম বৰাৰ চুটি গল্পত নাৰী আৰু নাৰী মনস্তত্বৰ প্ৰতিফলন’ এটি প্ৰাসঙ্গিক আলোকপাত

নৱ প্ৰজন্মৰ এগৰাকী শক্তিশালী লেখিকা ড০ ৰুমী কলিতাৰ 'মহিম বৰাৰ(Mahim Bara) চুটি গল্পত নাৰী আৰু নাৰী মনস্তত্বৰ প্ৰতিফলন'— শীৰ্ষক গৱেষণাধৰ্মী গ্ৰন্থখনি অলপতে পঢ়াৰ সৌভাগ্য ঘটিছে।

Smart Meter: স্মাৰ্ট মিটাৰ সজাগতা অভিযান এপিডিচিএলৰ

এপিডিচিএল(APDCL) মিৰ্জা ইএছডিৰ উদ্যোগত(Smart Meter), উপ-সংমণ্ডল অভিযন্তা সিদ্ধাৰ্থ গোস্বামীৰ নেতৃত্বত সুমিত কুমাৰ সিনহা-চিইঅ’, জিইচি-২, ধনমণি ৰাজবংশী, এজিএম, মিৰ্জা বৈদ্যুতিক বিভাগৰ লগতে এডভান্সড মিটাৰিং ইনফ্ৰাষ্ট্ৰাকচাৰ চাৰ্ভিচ প্ৰভাইডাৰ (এএমআইএছপি) দলটোৰ সহযোগত বৃহস্পতিবাৰে মিৰ্জাত স্মাৰ্ট মিটাৰৰ উপৰত গ্ৰাহকসকলৰ মাজত এক সজাগতা সভাৰ আয়োজন কৰা হয়।

Assam Book Fair: উৎসাহ-উদ্দীপনাৰে আৰম্ভ অসম গ্ৰন্থমেলা, যোৰহাট

উৎসাহ-উদ্দীপনাৰ মাজেৰে আজিৰে পৰা আৰম্ভ হ’ল দহ দিনীয়া অসম গ্ৰন্থমেলা, যোৰহাট(Assam Book Fair)৷ যোৰহাট(Jorhat) জিলা ক্ৰীড়া সংস্থাৰ খেলপথাৰত এলানি বৰ্ণিল কাৰ্যসূচীৰে অসম প্ৰকাশন পৰিষদ, সদৌ অসম পুথি প্ৰকাশক আৰু বিক্ৰেতা সংস্থাই আয়োজন কৰা গ্ৰন্থমেলাখন আজি বিয়লি ৩ বজাত উদ্বোধন কৰা হয়৷

Novel Jeora: কবি-সাংবাদিক ৰঞ্জিত পাটগিৰিৰ উপন্যাস ‘জেওৰা’ উন্মোচন

গুৱাহাটীৰ পানবজাৰস্থিত ৰেখা প্ৰকাশনত মঙলবাৰে কবি, সাংবাদিক ৰঞ্জিত পাটগিৰিৰ ষষ্ঠখন গ্ৰন্থ তথা দ্বিতীয়খন উপন্যাস 'জেওৰা'(Novel Jeora) উন্মোচন কৰা হয়।

Popular