Home
উত্তৰ-পূৰ্বাঞ্চল
অসম
ই-পেপাৰ
দৈনন্দিন বাৰ্তা
Assam Rising
ৰাষ্ট্ৰীয়-আন্তঃৰাষ্ট্ৰীয়
ক্রীড়া-জগত
স্বাস্থ্য বাৰ্তা
APPLY CARD
Apply For Member Card
ফটো
বিনোদন
Home
উত্তৰ-পূৰ্বাঞ্চল
অসম
ই-পেপাৰ
দৈনন্দিন বাৰ্তা
Assam Rising
ৰাষ্ট্ৰীয়-আন্তঃৰাষ্ট্ৰীয়
ক্রীড়া-জগত
স্বাস্থ্য বাৰ্তা
APPLY CARD
Apply For Member Card
ফটো
বিনোদন
Home
উত্তৰ-পূৰ্বাঞ্চল
অসম
ই-পেপাৰ
দৈনন্দিন বাৰ্তা
Assam Rising
ৰাষ্ট্ৰীয়-আন্তঃৰাষ্ট্ৰীয়
ক্রীড়া-জগত
স্বাস্থ্য বাৰ্তা
APPLY CARD
Apply For Member Card
ফটো
বিনোদন
ৰাষ্ট্ৰীয়
হৰমুজ ঘটনাৰ প্ৰত্যুত্তৰত ইৰাণৰ সামৰিক ঘাটিত আমেৰিকাৰ আক্ৰমণ, জে ডি ভাঞ্চৰ কটাক্ষ—‘হিংসাৰ উত্তৰ হিংসাই হ’ব’ । US-Iran War Update
ছুপ্রিম ক’ৰ্টত সিদ্ধার্থ শৰ্মাৰ অধিবক্তাৰ নতুনকৈ আবেদন…
ব্ৰিটিছ মিউজিয়ামত আউনীআটী সত্ৰৰ সত্ৰাধিকাৰ ড০ পীতাম্বৰ দেৱ গোস্বামী; বৃন্দাৱনী বস্ত্ৰ দৰ্শন কৰি অভিভূত ! British Museum
EVM: মই নিজেও ইভিএমটোৰ ওপৰত ব্যক্তিগতভাবে সন্দেহবাদীঃ দেৱব্ৰত শইকীয়া
অসম
দৈনন্দিন বাৰ্তা
-
November 3, 2024
মই নিজেও ইভিএমটোৰ(EVM) ওপৰত ব্যক্তিগতভাবে সন্দেহবাদী৷ এই মন্তব্য বিৰোধী দলপতি দেৱব্ৰত শইকীয়াৰ(Debabrata Saikia)৷ দেওবাৰে বঙাইগাঁৱত সমষ্টিটোৰ উপ নিৰ্বাচনৰ কংগ্ৰেছ দলৰ প্ৰাৰ্থী ব্ৰেজনজিৎ সিংহৰ হৈ নিৰ্বাচনী প্ৰচাৰ চলাবলৈ অহা কংগ্ৰেছ দলৰ জ্যেষ্ঠ নেতাগৰাকীক সাংবাদিকে ইভিএম প্ৰসংগত সোধাত এইদৰে কয়৷
AMCH and Dibru College: অসম চিকিৎসা মহাবিদ্যালয় আৰু চিকিৎসালয়-ডিব্ৰু মহাবিদ্যালয়ৰ প্ৰতিষ্ঠা দিৱস
অসম
দৈনন্দিন বাৰ্তা
-
November 3, 2024
অসম চিকিৎসা মহাবিদ্যালয় আৰু চিকিৎসালয়ৰ ৭৮সংখ্যক প্ৰতিষ্ঠা দিৱসৰ লগতে ডিব্ৰু মহাবিদ্যালয়ৰ ৬২সংখ্যক প্ৰতিষ্ঠা দিৱসত(AMCH and Dibru College) মুখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰি কেন্দ্ৰীয় বন্দৰ, জাহাজ পৰিবহণ আৰু জলপথ মন্ত্ৰী সৰ্বানন্দ সোণোৱালে(Union Minister Sarbananda Sonowal) ছাত্ৰ সমাজৰ সৈতে মনৰ ভাৱ বিনিময় কৰে(Viswa Guru)।
Khagarijan Colleg: খাগৰিজান মহাবিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যক্ষ ড০ সাগৰ বৰুৱাৰ মৃত্যু
অসম
দৈনন্দিন বাৰ্তা
-
November 3, 2024
অসমৰ এগৰাকী বিশিষ্ট শিক্ষাবিদ, নগাঁৱৰ খাগৰিজান মহাবিদ্যালয়ৰ(Khagarijan Colleg) অৱসৰপ্ৰাপ্ত অধ্যক্ষ সাগৰ বৰুৱাৰ দদেওবাৰে পুৱা হোজাই জিলাৰ(Hojai District) লংকাস্থিত বাসভৱনত মৃত্যু হয়।
Koliabhomora: ধ্বংসস্তুপ পৰিণত অসম পৰ্যটন বিভাগৰ কলিয়াবৰস্থিত ‘কলিয়াভোমোৰা জলক্ৰীড়া আৰু পৰ্যটন উদ্যান’
অসম
দৈনন্দিন বাৰ্তা
-
November 3, 2024
তুঙ্গত উঠিছে চামগুৰি সমষ্টিৰ উপ-নিৰ্বাচন(Koliabhomora)। চামগুৰি সমষ্টিৰ(Samguri By Election) বিজেপি মিত্ৰজোঁটৰ প্ৰাৰ্থী দিপ্লুৰঞ্জন শৰ্মাৰ ঘৰ কলিয়াবৰত। পিছে কলিয়াবৰত বিশেষ চৰ্চা লাভ কৰিছে চামগুৰি সমষ্টিৰ কংগ্ৰেছ দলৰ প্ৰাৰ্থী তাঞ্জিল হুছেইনৰ নাম।
Pita: চুমি ৰহমানৰ উপন্যাস ‘পিতা- নেপথ্যৰ নিৰৱ নাৱিক’উন্মোচন
অসম
দৈনন্দিন বাৰ্তা
-
November 3, 2024
আমবাৰীস্থিত গুৱাহাটী প্ৰেছ ক্লাৱত শিনবাৰে গুৱাহাটী প্ৰেছ ক্লাবত বিশিষ্ট সাহিত্যিক প্ৰভাত গোস্বামীয়ে লেখিকা চুমি ৰহমানৰ "পিত- নেপথ্যৰ নিৰৱ নাৱিক"(Pita) শীৰ্ষক উপন্যাসখন উন্মোচন কৰে(Novelist Sumi Rohman)৷
1
...
78
79
80
...
209
Page 79 of 209
Popular
ভুৱা চিকিৎসকৰ বিৰুদ্ধে আৰক্ষীৰ জোৰদাৰ অভিযান, সোণাৰিত আটক দুজন চিকিৎসক
দৈনন্দিন বাৰ্তা
-
June 27, 2026