অন্ত পৰিল অম্বুবাচী মহাযোগৰঃ মা কামাখ্যাৰ আশিস ল’বলৈ অগণন ভক্ত

অন্ত পৰিল অম্বুবাচী মহাযোগৰ।

সূৰ্যোদয়ৰ পাছত দেৱীৰ স্নান আৰু নিত্য পূজাৰ পাছতে খুলি দিয়া হ’ল মন্দিৰৰ দুৱাৰ।

দুৱাৰ খোলাৰ লগে লগে মন্দিৰ দৰ্শনৰ বাবে শাৰী ভক্তৰ।

মা কামাখ্যাৰ আশিস ল’বলৈ নীলাচলৰ বুকুত ভক্তৰ ভিৰ।

নিশা ১২ বাজি ২ মিনিট ১৩ ছেকেণ্ডত অম্বুবাচীৰ নিবৃত্তি হয়।

সপৰিয়ালে মা কামাখ্যাৰ আশিস গ্ৰহণ কৰিলে ৰাজ্যপালে।


Related Articles