Home
উত্তৰ-পূৰ্বাঞ্চল
অসম
ই-পেপাৰ
দৈনন্দিন বাৰ্তা
Assam Rising
ৰাষ্ট্ৰীয়-আন্তঃৰাষ্ট্ৰীয়
ক্রীড়া-জগত
স্বাস্থ্য বাৰ্তা
APPLY CARD
Apply For Member Card
ফটো
বিনোদন
Home
উত্তৰ-পূৰ্বাঞ্চল
অসম
ই-পেপাৰ
দৈনন্দিন বাৰ্তা
Assam Rising
ৰাষ্ট্ৰীয়-আন্তঃৰাষ্ট্ৰীয়
ক্রীড়া-জগত
স্বাস্থ্য বাৰ্তা
APPLY CARD
Apply For Member Card
ফটো
বিনোদন
Home
উত্তৰ-পূৰ্বাঞ্চল
অসম
ই-পেপাৰ
দৈনন্দিন বাৰ্তা
Assam Rising
ৰাষ্ট্ৰীয়-আন্তঃৰাষ্ট্ৰীয়
ক্রীড়া-জগত
স্বাস্থ্য বাৰ্তা
APPLY CARD
Apply For Member Card
ফটো
বিনোদন
অপৰাধ
মঠঘৰীয়া পাহাৰত ছামিমৰ পোছাক উদ্ধাৰ আৰক্ষীৰ…
শিৱসাগৰ জিলালৈ গৌৰৱ কঢ়িয়াই আনিছে মেধাৱী ছাত্ৰী প্ৰেৰণা প্ৰিয়দৰ্শিনী বাইলুং
জামিন মঞ্জুৰ দেশ কঁপোৱা ৰাজা ৰঘুবংশীৰ হত্যাকাৰী সোণমৰ
Online trading scam: সংবাদমাধ্যমত ক’লা ধন বিনিয়োগ কৰি বগা কৰিব বিচাৰিছিল বিকাশ-চুমি-দীপাংকৰে!
অপৰাধ
দৈনন্দিন বাৰ্তা
-
September 14, 2024
চুমি, বিশাল, দীপাংকৰৰ দৰে লোকসকলৰ বিৰুদ্ধে পাপেৰে অৰ্জা ধন একাংশ সংবাদমাধ্যমতে বিনিয়োগ কৰাৰ অতি গুৰুতৰ তথা স্পৰ্শকাতৰ অভিযোগ উত্থাপন কৰিছে খোদ এগৰাকী আগশাৰীৰ সাংবাদিকৰ লগতে এটা চেটেলাইট চেনেলে। ৰাজ্যৰ আগশাৰীৰ সাংবাদিকগৰাকীয়ে কৰা মন্তব্য অনুসৰি বিশাল চুমিৰ পাপৰ টকাৰ ভাগ পাইছিল ৰাজ্যৰে আন এগৰাকী আগশাৰীৰ সাংবাদিকে(Online trading scam)।
Mainao Brahma Detained by Assam Police for Multi-Crore Online Trading Scam: ট্ৰেডিং কেলেংকাৰিত অভিযুক্ত মাইনাও ব্ৰহ্মক মাৰাথান জেৰা আৰক্ষীৰ
অপৰাধ
দৈনন্দিন বাৰ্তা
-
September 12, 2024
বৰঝাৰ বিমান বন্দৰৰ পৰা আটক মাইনাও ব্ৰহ্মক। দীৰ্ঘদিন ধৰি দিল্লীত আত্মগোপন কৰি আছিল মাইনাও ব্ৰহ্ম।(Mainao Brahma Detained by Assam Police for Multi-Crore Online Trading Scam)
sumi borah Cries: পুনৰ কেমেৰাৰ সন্মুখত কান্দিলে চুমি বৰাই
অপৰাধ
দৈনন্দিন বাৰ্তা
-
September 12, 2024
চুমি বৰাই কান্দি কান্দি কোমেৰাৰ সন্মুখত ক'লে মিডিয়াই কেতিয়াও মোৰ ভাল নিউজ নকৰে, ডিব্ৰুগড়ৰ কোনো এখন বিহু বা অনুষ্ঠানত মোক নামাতে, মই একদম কান্দিব বিচৰা নাই কিন্তু, মই বহুত Frustrated হৈ আছোঁ। (Sumi Borah cries again in front of camera)
sumi-tarkik arrested:তেওঁলোকৰ বাবে খেল শেষ। অভিনন্দন Team STF: জি পি সিং
অপৰাধ
দৈনন্দিন বাৰ্তা
-
September 12, 2024
গ্ৰেপ্তাৰ হ’ল চুমি বৰা আৰু তাৰ্কিক, ডিজিপি জি পি সিঙে ক’লে - খেল শেষ।১০ দিনে আত্মগোপন কৰি থকাৰ পিছত আৰক্ষীৰ জালত পৰিল চুমি আৰু তাৰ্কিক।(sumi-tarkik arrested)
Sumi-Tarkik Surrender: আজি চুমি-তাৰ্কিকে কৰিব আত্মসমৰ্পণ!
অপৰাধ
দৈনন্দিন বাৰ্তা
-
September 11, 2024
কোটিটকীয়া কেলেংকাৰীৰ সৈতে জড়িত চুমি-তাৰ্কিকে যোৱা ১০ দিন ধৰি পলাতক হৈ আছিল । আজি গুৱাহাটীমুখী হৈছে পলাতক চুমি আৰু তাৰ্কিক(Sumi Tarkik Surrender)!
1
...
57
58
59
...
226
Page 58 of 226
Popular
জাগীৰোডত পীযূষ হাজৰিকাৰ জয়ঃ আনুষ্ঠানিক ঘোষণা বাকী
দৈনন্দিন বাৰ্তা
-
May 4, 2026