Breaking

Browsing Category

অপৰাধ

অমৃতসৰত দিন-দুপৰতে শিৱসেনাৰ নেতা সুধীৰ সুৰীক ধৰ্ণাৰ সময়ত গুলিয়াই হত্যা; গ্ৰেপ্তাৰ শ্বুটাৰ সন্দীপ সিং

শুকুৰবাৰে বিয়লি অমৃতসৰত গোপাল মন্দিৰৰ বাহিৰত ধৰ্ণাত বহি ডাষ্টবিনত দেৱতাৰ মূৰ্তি পোৱাৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰি থাকোঁতেই শিৱসেনাৰ নেতা সুধীৰ সুৰীক গুলীয়াই হত্যা কৰা হয়। জানিব পৰা অনুসৰি, ভিৰৰ মাজৰ পৰা কোনো অচিনাক্ত দুৰ্বৃত্তই তেওঁৰ
Read More...

বিজনীত ৫৩.৬ গ্ৰাম ড্ৰাগছ জব্দ ; ড্ৰাগছ ব্যৱসায়ী গ্ৰেপ্তাৰ

বিজনীত বৃহৎ পৰিমাণৰ ড্ৰাগছসহ গ্ৰেপ্তাৰ এজনক। ধৃত ড্ৰাগছ ব্যৱসায়ীজন বঙাইগাঁও জিলাৰ চাপৰাকাটাৰ প্ৰতাপ ৰায়। ধৃত যুৱকজনৰ পৰা ৪০ টা ড্ৰাগছভৰ্তি কণ্টেইনাৰ, এখন নম্বৰপ্লেট বিহীন স্কুটি, এটা মোবাইল ফোন জব্দ কৰে। জব্দকৃত ড্ৰাগছ সমূহৰ ওজন ৫৩.৬
Read More...

টেঙাখাটৰ চেনীৰাম দাসৰ শাৰীৰিক নিৰ্যাতনেই পৰী কৰ্মকাৰৰ আত্মহত্যাৰ কাৰণ?

টেঙাখাতত এগৰাকী স্কুল শিক্ষকৰ ঘৰত এগৰাকী বন কৰা ছোৱালীয়ে ৰহস্যজনক ভাৱে আত্মহত্যা কৰা ঘটনাই সমগ্ৰ অঞ্চলটোতে চাঞ্চল্যৰ সৃষ্টি কৰিছে। https://www.youtube.com/watch?v=VgS9jZYZxYA
Read More...

ৰঙিয়াত বৃহৎ পৰিমাণৰ গাঞ্জা সহ আটক এগৰাকী মহিলা…

ড্ৰাগচৰ সমান্তৰাল ভাৱে ৰঙিয়াত অব্যাহত আছে আৰক্ষীৰ গাঞ্জা বিৰোধী অভিযান ৰঙিয়াত প্ৰতিদিনেই আটক হৈছে গাঞ্জা সৰবৰাহকাৰী। ৰঙিয়াত বৃহৎ পৰিমাণৰ
Read More...

বিমানবন্দৰত তিনিজন পৰিল জালত;বডী শ্বেপাৰৰ মাজত লুকুৱাই আনিছিল ৩ কোটি টকাৰ সোণ!

দিল্লীৰ ইন্দিৰা গান্ধী আন্তৰ্জাতিক বিমানবন্দত ৩ কোটি টকা মূল্যৰ সোণ জব্দ। শুল্ক বিভাগে গ্ৰেপ্তাৰ কৰিছে তিনি সোণ সৰবৰাহকাৰীক। বিমানবন্দৰ সূত্ৰৰ পৰা জানিব পৰা মতে, শ্বাৰজাৰ এখন বিমান দিল্লীত উপস্থিত হৈছিল। সেই বিমানৰ তিনি যাত্ৰীৰ ওপৰত সন্দেহ
Read More...

কলিয়াবৰত এক আজৱ কাণ্ড। জুৱা খেলিবলৈ পইচা নাপাই নিজৰ ঘৰতেই এজনে লগালে জুই।

কলিয়াবৰৰ মহকুমাৰ আমবাগান আৰক্ষী চকীৰ অন্তৰ্গত এখনি পিছপৰা গাঁও পূৱ শোৱালনী। উন্নয়ন, আৰ্থিক, সামাজিকভাৱে পিছপৰা হ'লেও এটা দিশত আগবঢ়া গাঁওখন। জুৱা খেলা আৰু নিচা জাতীয় দ্ৰব্য গ্ৰহণ কৰা দিশত গাঁওখন আগবঢ়া। গাঁওখনৰ সকলো পুৰুষেই জুৱা খেলে
Read More...

কেব চালকৰ ভুলৰ বাবে এগৰাকী মহিলাই সময়ত বিমান বন্দৰত উপস্থিত হ’ব নোৱাৰিলে যাৰ বাবে চালকে ২০…

চাৰি বছৰৰ পাছত মুম্বাইৰ কনজিউমাৰ আদালতে কেব চালকজনক দোষী সাব্যস্ত কৰি মহিলাগৰাকীক ক্ষতিপূৰণ হিচাপে ২০ হাজাৰ টকা দিবলৈ নিৰ্দেশ দিয়ে। মুম্বাইৰ
Read More...

ডিব্ৰুগড় জিলাৰ লালুকত অচিনাক্ত বন্দুকধাৰীৰ গুলীত গুৰুতৰভাৱে আহত এগৰাকী লোক…

এক চাঞ্চল্যকৰ গুলীচালনা কাণ্ডই আজি সন্ধিয়া জোকাৰি গৈছে ডিব্ৰুগড় জিলা। জিলাখনৰ লালুকত অচিনাক্ত বন্দুকধাৰীৰ গুলীত গুৰুতৰভাৱে আহত হৈছে এগৰাকী লোক। আহত ব্যক্তিগৰাকীক সিদ্ধাৰ্থ ৰাজখোৱা বুলি চিনাক্ত কৰা হৈছে। ডিব্ৰুগড়ৰ আদালতত কৰ্মৰত
Read More...

ব্ৰেক আপ নিদিয়াৰ বাবেই এজন কলেজীয়া ছাত্ৰক এগৰাকী যুৱতীয়ে বিহ খুৱাই হত্যা কৰাৰ ঘটনা সংঘটিত হৈছে…

জানিব পৰামতে, অভিযুক্ত যুৱতীগৰাকীক ইতিমধ্যে আঠ ঘণ্টা ধৰি জেৰা কৰা হৈছে। জেৰাত যুৱতীগৰাকীয়ে অপৰাধ স্বীকাৰ কৰিছে। মৃত্যু হোৱা যুৱকগৰাকীৰ নাম শ্বাৰণ ৰাজ। ২৩ বছৰীয়া শ্বাৰণ ৰেডিঅ’ল’জীৰ ছাত্ৰ আছিল। ২৫ অক্টোবৰত তেওঁৰ মৃত্যু হয়। আৰক্ষীয়ে
Read More...

চাপৰৰ ক’লবাৰীত বন বিভাগৰ অভিযানত জব্দ বৃহৎ পৰিমাণৰ কাঠৰ কুণ্ডা…

চাপৰ'ৰ ক'লবাৰীত বন বিভাগৰ অভিযান। অভিযানত জব্দ এটা কাঠফলা মিল জব্দ বৃহৎ পৰিমাণৰ কাঠৰ কুণ্ডা ,কুণ্ডাখিনিৰ বজাৰ মূল্য প্ৰায় লক্ষাধিক টকা।বঙাইগাঁও আই ভেলী ডিভিচনৰ অন্তৰ্গত তথা বহলপুৰ বন বিষয়াৰ কাৰ্যালয় অধীনস্থ চাপৰৰ ফলিমাৰীৰ কলোবাৰীত বন
Read More...