Breaking

অসম যুৱ অলিম্পিক ২০২২ত ধেমাজিৰ প্ৰথমটো সোণৰ পদক….

0 2,128

ৰাজ্যত অনুষ্ঠিত হৈ আছে অসম যুৱ অলিম্পিক ২০২২। অসম যুৱ অলিম্পিক ২০২২ত ফেন্সিঙত ধেমাজিৰ হৈ প্ৰথমটো সোণৰ পদক অৰ্জন পলমণি বৰগোহাঁইৰ।


ক্ৰীড়াক্ষেত্ৰখনত এক সুন্দৰ কেৰিয়াৰৰ বাবে তেওঁক ৰণোজ পেগুয়ে সামাজিক মাধ্যমযোগে শুভকামনা জনাইছে।ইয়াৰ লগতে জুডো খেলত ৰূপৰ পদক লাভ কৰা জ্যোতিলতা দেউৰী আৰু ব্ৰঞ্জৰ পদকপ্ৰাপ্ত ৰাজ দেউৰীকো অভিনন্দন জনায় মুখ্যমন্ত্ৰীগৰাকীয়ে।

Leave A Reply