আজি সৰ্বোচ্চ ন্যায়ালত শ্যামকানু মহন্তৰ জামিনৰ ৰায়দানঃ বাক্সাৰ জে’লত মোতায়েন বৃহৎ নিৰাপত্তাৰক্ষীৰ দল

জুবিন গাৰ্গ হত্যা গোচৰত অভিযুক্ত শ্যামকানু মহন্তৰ আজি জামিন আবেদনৰ ৰায়দান।

শুনানি গ্ৰহণৰ পাছতে আদালতে ৰায় দিয়াৰ সম্ভাৱনা।

বাক্সাৰ কাৰাগাৰত মোতায়েন বৃহৎ নিৰাপত্তাৰক্ষী।

শ্যামকানুৱে জামিন লাভৰ সম্ভাৱনা সৰ্বোচ্চ ন্যায়ালয়ত।

ইতিমধ্যে জামিনৰ শুনানি সম্পন্ন হৈছে শ্যামকানুৰ।

ৰায়দানৰ বাবে ৫ অক্টোবৰ তাৰিখ দিছিল ন্যায়ালয়ে।















Related Articles