উজনি অসমত পুনৰ বানৰ আশংকা।
খুলি দিয়া হৈছে দৈয়াঙৰ তিনিখন গেট।
দৈয়াং জলবিদ্যুৎ প্ৰকল্পৰ জলস্তৰ বৃদ্ধিত খুলি দিয়া হৈছে গে’ট।
নীপকোৱে দৈয়াং জলবিদ্যুৎ প্ৰকল্পৰ ৩ খনকৈ গেটেৰে হোৰাহোৰে এৰিছে পানী।
প্ৰতি ছেকেণ্ডত ৯৪ হাজাৰ লিটাৰকৈ পানী এৰিছে নীপকোৱে।