কমনৱেলথ গেমছত ৰূপৰ পদক লাভ লাভলীনা বৰগোহাঁইৰ

কমনৱেলথ গেমছত অব্যাহত আছে ভাৰতৰ জয়যাত্ৰা।

৩৯ পদক অৰ্জনেৰে চতুৰ্থ স্থানত আছে ভাৰত।

আনহাতে কালি কমনৱেলথ গেমছত ৰূপৰ পদক লাভ কৰিলে লাভলীনা বৰগোহাঁইয়ে।

ফাইনেলত পৰাস্ত হয় অসম সন্তান লাভলীনা বৰগোহাঁই।

মহিলাৰ ৭৫ কেজি শাখাত অৱতীৰ্ণ হৈছিল লাভলীনা বৰগোহাঁই।

অষ্ট্ৰেলিয়াৰ এমাছো গ্ৰীণট্ৰীৰ হাতত পৰাস্ত হয় লাভলীনা বৰগোহাঁই।

Related Articles