Breaking

কলিয়াবৰত বন‍্যহস্তীৰ সন্ত্ৰাস

0 55

কলিয়াবৰ

কলিয়াবৰত বন্যহস্তীৰ উপদ্ৰৱ। খাদ্যৰ সন্ধানত কামাখ্যা পাহাৰৰ পৰা নামি অহা বন্যহস্তীয়ে উপদ্ৰৱ চলাইছে কলিয়াবৰৰ ভিন্ন অঞ্চলত। মঙলবাৰে পুৱতি নিশা কলিয়াবৰৰ সোনাৰী গাঁৱত উপদ্ৰৱ এটা বন্যহস্তীৰ। গাঁওখনৰ পদুম হাজৰিকা নামৰ লোকজনৰ বাসগৃহৰ ক্ষতিসাধন কৰে এটা প্ৰকাণ্ড বন্যহস্তীয়ে। ভঁৰালৰ ধান বিচাৰি বাসগৃহটোৰ সন্মূখৰ গ্ৰীল ভাঙি ক্ষতিসাধন কৰে বন্যহস্তীটোৱে।

Leave A Reply