কাজিৰঙাৰ ৰঙাজানৰ শোকাৱহ দুৰ্ঘটনাই কঁপাইছে ৰাজ্য ।
২৬ জনলৈ বৃদ্ধি দুৰ্ঘটনাত নিহতৰ সংখ্যা।
ট্ৰেভেলাৰ আৰু বৃহৎ কণ্টেইনাৰৰ মুখামুখি সংঘৰ্ষত প্ৰাণ হেৰুৱালে ২৬ গৰাকীয়ে।
দুৰ্ঘটনাত আহত ২০ গৰাকী চিকিৎসাধীন JMCHত।
যোৰহাট, গোলাঘাটত আজি সম্পন্ন হ’ব মৃতকৰ মৰণোত্তৰ পৰীক্ষা।
আজি কাজিৰঙাৰ দুৰ্ঘটনাস্থলীত উপস্থিত ফৰেনছিকৰ দল।
কিছু সময় পাছত ঘটনাস্থলীত উপস্থিত হ’ব মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা।

