Breaking

জগন্নাথ বৰুৱা মহাবিদ্যালয় ছাত্ৰ একতা সভাৰ প্ৰতিনিধি দলৰ সৈতে সাক্ষাৎ মন্ত্ৰী বিমল বৰাৰ…

0 2,158

যোৰহাট, জগন্নাথ বৰুৱা মহাবিদ্যালয় ছাত্ৰ একতা সভাৰ এক প্ৰতিনিধি দলৰ সৈতে শণিবাৰে পুৱা সাক্ষাৎ কৰে মন্ত্ৰী বিমল বৰাই। পুৰণি স্মৃতি সিঁচৰিত হৈ থকা আপোন কলেজ খনৰ বিষয়ে জেবিয়ান সকলৰ পৰা বুঁজ লোৱাৰ লগতে ছাত্ৰ-ছাত্ৰীসকলৰ সৈতে কলেজখনৰ বিভিন্ন বিষয়ত বাৰ্তালাপ কৰে মন্ত্ৰী বিমল বৰাই।

লগতে ছাত্ৰ একতা সভাৰ প্ৰতিনিধি সকলে অৱগত কৰা – খোৱা পানীৰ সমস্যা, হোষ্টেলৰ পকী পথ নিৰ্মাণ ৰ লগতে বিভিন্ন সমস্যা সমাধানৰ ক্ষেত্ৰত যাৱতীয় ব্যৱস্থা গ্ৰহণ কৰা প্ৰতিস্তুতি মন্ত্ৰীগৰাকীৰ।

Leave A Reply