টেষ্ট ক্ৰিকেটৰ পৰা অৱসৰ ঘোষণা মহম্মদ ছামিৰ।
ভাৰতীয় ক্ৰিকেট দলৰ তাৰকা বলাৰ মহম্মদ ছামি।
এক্সযোগে অৱসৰৰ কথা ঘোষণা মহম্মদ ছামিৰ।
১৩ বছৰীয়া টেষ্ট ইতিহাসত ছামিৰ দখলত আছে ২২৯টা উইকেট।
৬৪ খন মেচত এই সফলতা ক্ৰিকেটাৰগৰাকীৰ।
অৱশ্যে এদিনীয়া আৰু T20ৰ পৰা এতিয়াও অৱসৰ লোৱা নাই মহম্মদ ছামিয়ে।

