ভয়াৱহ বায়ুপ্ৰদূষণৰ কৱলত দেশৰ ৰাজধানী।
দীপাৱলীৰ পাছত অতি বিষাক্ত হৈ পৰিছে দিল্লীৰ বায়ু।
বহু স্থানত বায়ুৰ গুণগত সূচকাংকই পাৰ কৰিছে ৪০০ৰ ঘৰ।
১৫টাকৈ স্থানত বায়ুৰ গুণগত সূচাংক ৪০০ অতিক্রম
ছোনীয়া বিহাৰত ৪৪৯, বিবেক বিহাৰত ৪৪১ AQI।
কর্তব্য পথত AQI ৩৮১ লৈ অৱনমিত।
কেন্দ্রীয় প্রদূষণ নিয়ন্ত্ৰণ ব’ৰ্ডৰ সতর্কবাণী জাৰি।

