নাজিৰা ক্ৰিয়া সন্থাৰ খেলপথাৰত আৰক্ষী জোৱানৰ মৃতদেহ উদ্ধাৰ

নাজিৰা ক্ৰিয়া সন্থাৰ খেলপথাৰত আৰক্ষী জোৱানৰ মৃতদেহ উদ্ধাৰ।

নিপন মেধি নামৰ ২৫অসম আৰক্ষী (অ’এনজিচি) বেটেলিয়ন জোৱান বুলি চিনাক্ত।

নিজৰ বন্দুকেৰে গুলীয়াই আত্মহত্যা কৰাৰ সন্দেহ আৰক্ষী জোৱানৰ।

নাজিৰাৰ (অ’এনজিচি) আৱাসিক এলেকাত কৰ্মৰত আছিল জোৱান জন।

প্ৰকৃত ঘৰ বাক্সাত বুলি জানিব পৰা গৈছে।

তেখেতৰ মৃতদেহৰ কাষত এটা ম’বাইল ফোনৰ লগতে চাৰ্ভিচ বন্দুক (টাৰ্বাইন) উদ্ধাৰ হয়।

ঘটনা সন্দৰ্ভত নাজিৰা আদৰ্শ আৰক্ষীয়ে তদন্ত আৰম্ভ কৰিছে।

Related Articles