Breaking

পানীদিহিং পক্ষী অভয়াৰণ্য সুৰক্ষাৰ আৰু জাকত –জিলিকা কৰি তোলাৰ সংকল্প

0 341

পানীদিহিং পক্ষী অভয়াৰণ্য সুৰক্ষাৰ আৰু জাকত -জিলিকা কৰি তোলাৰ সংকল্প । শিৱসাগৰ জিলাৰ ডিমৌ সমীপৰ পানীদিহিং পক্ষী অভয়াৰণ্য সন্মিলিত সুৰক্ষা সমিতিৰ উদ্যোগত ১৪ ফেব্ৰুৱাৰীত  ঐতিহাসিক চৰ’গুৱাত জিলা প্ৰশাসন, বন বিভাগ, আৰু স্থানীয় সমাজ সচেতন ৰাইজৰ মাজত এক আলোচনাচক্ৰ অনুষ্ঠিত হয়। জিলা প্ৰশাসনৰ ফালৰ পৰা উপস্থিত থাকে অতিৰিক্ত উপায়ুক্ত বিতোপন নেওঁগ, বন বিভাগৰ হৈ সহকাৰী বন সংৰক্ষক বিষয়া সয়মব্ৰিতা দত্ত  উপস্থিত থাকে।  পানিদিহিং পক্ষী অভয়াৰণ্য সুৰক্ষা আৰু জাকতজিলিকা কৰিতোলাৰ সংকল্পৰে কেইবাটাও সিদ্ধান্ত গ্ৰহণ কৰা হয়। কম দিনৰ ভিতৰতে আটাইকেইটা সিদ্ধান্ত কাৰ্যকৰী হব বুলি বন বিভাগে আশ্বাস প্ৰদান কৰে।

Leave A Reply