পুনৰ জামিন বিচাৰি আদালতৰ দ্বাৰস্থ অমৃতপ্ৰভা মহন্ত।
আজি গুৱাহাটী উচ্চ ন্যায়ালয়ত হ’ব অমৃতপ্ৰভাৰ জামিন আবেদনৰ শুনানি।
পূৰ্বে সত্ৰ আদালত আৰু বিশেষ ফাষ্টট্ৰেক আদালতে নাকচ কৰিছিল জামিন।
জামিন বিচাৰি বাৰে বাৰে আদালতৰ দ্বাৰস্থ জুবিন গাৰ্গ হত্যাৰ গোচৰত অভিযুক্ত অমৃতপ্ৰভা মহন্ত।
সত্ৰ ন্যায়াধীশৰ আদালত, ফাষ্টট্ৰেক আদালতে জামিন নাকচ কৰাৰ পাছত অমৃতপ্ৰভা দ্বাৰস্থ উচ্চ ন্যায়ালয়ৰ।

