আজি ফিফা বিশ্বকাপৰ প্ৰথমখন ছেমিফাইনেল।
প্ৰথমখন ছেমিফাইনেলত মুখামুখি হ’ব ফ্ৰাঞ্চ আৰু স্পেইন।
ভাৰতীয় সময় অনুসৰি আজি নিশা ১২:৩০ বজাৰ পৰা আৰম্ভ হ’ব মেচখন।
কাইলৈ মাজনিশা দ্বিতীয়খন ছেমিফাইনেল মেচ।
আর্জেন্টিনাৰ মুখামুখি হ’ব শক্তিশালী ইংলেণ্ড।
আটলান্টা স্টেডিয়ামত কাইলৈৰ হাই-ভল্টেজ মেচ।

