চৰকাৰী বান সাহায্যত বিসংগতিঃ বন্যাৰ্তলৈ ১৫ হাজাৰ টকাৰ অনুদান সাময়িকভাৱে স্থগিত

বান সাহায্যত খেলিমেলি।

বন্যাৰ্তলৈ ১৫ হাজাৰ টকাৰ অনুদান সাময়িকভাৱে স্থগিত।

সাহায্যত বিসংগতিৰ কথা স্বীকাৰ মন্ত্ৰী কেশৱ মহন্তৰ।

গাফিলতি কৰা চৰকাৰী কৰ্মচাৰীৰ বিৰুদ্ধে তদন্তৰ ঘোষণা।

১৫ হাজাৰ টকা পাবলৈ বেংক একাউণ্টৰ সৈতে সংযোগ কৰিব লাগিব আধাৰ।

ভুৱা হিতাধিকাৰীয়ে ধন লাভ কৰাৰ অভিযোগৰ পাছতে তৎপৰ চৰকাৰ।

একাংশ বন্যাৰ্তৰ একাউণ্টত দুবাৰকৈ সোমাইছিল ১৫ হাজাৰ টকা।

SBIৰ কাৰিকৰী বিসংগতিৰ বাবে ঘটিল অঘটন।

১৫ হাজাৰ টকাৰ পৰিৱৰ্তে সোমাল ৩০ হাজাৰ টকা।

প্ৰায় ৩ হাজাৰ লোকৰ SBI একাউণ্টত সোমাল দুগুণ ধন।

অতিৰিক্তভাৱে সোমোৱা ধন উদ্ধাৰৰ চেষ্টা SBIৰ।

বহু একাউণ্ট হ’ল্ড কৰিছে বেংক কৰ্তৃপক্ষই।

Related Articles