Home
উত্তৰ-পূৰ্বাঞ্চল
অসম
ই-পেপাৰ
দৈনন্দিন বাৰ্তা
Assam Rising
ৰাষ্ট্ৰীয়-আন্তঃৰাষ্ট্ৰীয়
ক্রীড়া-জগত
স্বাস্থ্য বাৰ্তা
APPLY CARD
Apply For Member Card
ফটো
বিনোদন
Home
উত্তৰ-পূৰ্বাঞ্চল
অসম
ই-পেপাৰ
দৈনন্দিন বাৰ্তা
Assam Rising
ৰাষ্ট্ৰীয়-আন্তঃৰাষ্ট্ৰীয়
ক্রীড়া-জগত
স্বাস্থ্য বাৰ্তা
APPLY CARD
Apply For Member Card
ফটো
বিনোদন
Home
উত্তৰ-পূৰ্বাঞ্চল
অসম
ই-পেপাৰ
দৈনন্দিন বাৰ্তা
Assam Rising
ৰাষ্ট্ৰীয়-আন্তঃৰাষ্ট্ৰীয়
ক্রীড়া-জগত
স্বাস্থ্য বাৰ্তা
APPLY CARD
Apply For Member Card
ফটো
বিনোদন
ভ্ৰমণ
জনকল্যাণ আৰু আলোকপ্ৰভঞ্জন ৱেলফেয়াৰ ছচাইটীৰ উদ্যোগত হাওৰাঘাটত বৃক্ষৰোপণ কাৰ্যসূচী।World Environment Day
হাতী-মানুহৰ সহাৱস্থান আৰু প্লাষ্টিক প্ৰদূষণৰ বিৰুদ্ধে ‘গজ বান্ধৱ’ৰ ব্যতিক্ৰমী সজাগতামূলক নাট কাৰ্যসূচী ।
সোণাপুৰত চোৰাং চিকাৰী আটক, বনৰীয়া হাতীক আক্ৰমণ … !
Orang National Park । নৱবৰ্ষৰ প্ৰথম দিনাই ওৰাং ৰাষ্ট্ৰীয় উদ্যানত বনৰাজে দৰ্শন দিলে পৰ্যটকক
মুখ্য-পৃষ্ঠা
দৈনন্দিন বাৰ্তা
-
January 1, 2025
Orang National Park । নৱবৰ্ষৰ প্ৰথম দিনাই ওৰাং ৰাষ্ট্ৰীয় উদ্যানত বনৰাজে দৰ্শন দিলে পৰ্যটকক
Bogamati:বগামাটিত বনভোজ স্থলী উদ্বোধন
assam
দৈনন্দিন বাৰ্তা
-
December 25, 2024
বিটিআৰৰ নৱগঠিত তামুলপুৰ জিলাৰ কুমাৰীকাটা ফৰেষ্ট ৰেঞ্জৰ অধীনৰ প্ৰাকৃতিক ৰম্যভূমি বগামাটিলৈ(Bogamati) অহা বনভোজকাৰী দলক জিলা দণ্ডাধীশ দিয়া নিৰ্দেশ সমূহ মানি চলাৰ বাবে আহ্বান জনাইছে বিটিআৰৰ ইএম ৰণেন্দ্ৰ নাৰ্জাৰীয়।
Snowfall in Odisha:অভূতপূৰ্ব ঘটনাঃ শীতপ্ৰবাহে কাবু কৰা ওড়িশাত হিমপাত!
india
দৈনন্দিন বাৰ্তা
-
December 17, 2024
দেশৰ কেইবাখনো ৰাজ্যত এতিয়া শীতপ্ৰবাহে(Snowfall in Odisha) সংহাৰৰ সৃষ্টি কৰিছে। ইয়াৰ পৰা হাত সাৰিব পৰা নাই ওড়িশাও(Orissa)। ওড়িশাত শেহতীয়াকৈ বহু ঠাইৰ পৰা আহিছে হিমপাতৰ ঘটনাৰ খবৰ।
Advantage Assam 2.0:এডভাণ্টেজ অসম ২.০ৰ সন্দৰ্ভত ভূটানৰ থিম্ফুত ব্যৱসায়িক সন্মিলন আৰু ৰোড শ্ব’ত অসমৰ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা
india
দৈনন্দিন বাৰ্তা
-
December 17, 2024
অসম চৰকাৰৰ উদ্যোগত অহা বৰ্ষৰ ২৪ আৰু ২৫ ফেব্ৰুৱাৰীত অনুষ্ঠিত হ’বলগীয়া এডভান্টেজ আসাম(Advantage Assam 2.0) ইনভেষ্টমেণ্ট এণ্ড ইনফ্ৰাষ্ট্ৰাকচাৰ চামিট-২০২৫ ৰ লগত সংগতি ৰাখি আজি সন্ধিয়া ভূটানৰ ৰাজধানী থিম্ফুৰ লা মেৰিডিয়ান হোটেলত আয়োজন কৰা এক ব্যৱসায়িক সন্মিলনত(Business Conference and Road Show) ভূটানৰ প্ৰধানমন্ত্ৰী দশো শ্বেৰিং টবগেৰ সৈতে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই অংশ গ্ৰহণ কৰে।
Bhutan Tourism: তামুলপুৰৰ ভূমি বন্দৰ দৰঙাত সংহত তালাচী চকী মুকলি
অসম
দৈনন্দিন বাৰ্তা
-
November 7, 2024
অসমৰ ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আচাৰ্য আৰু ভূটানৰ(Bhutan Tourism) প্ৰধানমন্ত্ৰী দাছো শ্বেৰিং টবগেই আজি তামুলপুৰ জিলাৰ ভাৰত-ভূটান সীমান্তৰ দৰঙাত(Tamulpur Daranga) এটি সংহত তালাচী চকী(Integrated Check Post) উদ্বোধন কৰে।
1
...
20
21
22
23
Page 21 of 23
Popular
নলবাৰীৰ আমনিত শোকাৱহ ঘটনাঃ নৈত গা ধুবলৈ গৈ দুই কিশোৰৰ সলিল সমাধি
দৈনন্দিন বাৰ্তা
-
July 9, 2026