মনোৰঞ্জন

Aamir Khan: কেৰিয়াৰৰ আৰম্ভণিতে চুম্বনৰ দৃশ্য দেখি ভয়ত কঁপিছিল আমিৰ খান, ইয়াৰ আঁৰৰ কাৰণ প্ৰকাশ কৰিলে সহ অভিনেত্ৰীয়ে

কেৰিয়াৰৰ আৰম্ভণিতে চুমা খোৱাৰ দৃশ্যত ভয় খাইছিল আমিৰ খানে, ইয়াৰ আঁৰৰ কাৰণ প্ৰকাশ কৰিলে সহ অভিনেতাগৰাকীয়ে।(Aamir Khan)

Saif Ali Khan: কৰীনাক বিয়া কৰোৱাৰ পূৰ্বে প্ৰাক্তন পত্নীলৈ কি চিঠি লিখিছিল ছেইফ আলী খানে?

কৰীনাক বিয়া কৰোৱাৰ পূৰ্বে ছেইফে প্ৰাক্তন পত্নীলৈ চিঠি লিখিছিল! সেই চিঠিখনত কি আছিল, জানেন?(Saif Ali Khan)

Salman Khan: ছলমান খানৰ ৫৯ সংখ্যক জন্মদিনৰ পাৰ্টিত আম্বানী পৰিয়াল, জামনগৰত ৰাজকীয়ভাৱে উদযাপন ভাইজানৰ জন্মদিন

আম্বানী পৰিয়ালে ছলমান খানৰ ৫৯ সংখ্যক জন্মদিনৰ পাৰ্টিত উপস্থিত থাকে।জামনগৰত ৰাজকীয়ভাৱে উদযাপন ভাইজানৰ জন্মদিন। য'ত বন্ধু-বান্ধৱী আৰু দলৰ লগতে পৰিয়ালৰ সদস্যসকলক দেখা যায়।(Salman Khan)

Titanic:ভ্ৰাম্যমাণ থিয়েটাৰ কহিনুৰৰ পৰা ওলাল ‘টাইটানিক’

ভ্ৰাম্যমান থিয়েটাৰ জগতত কহিনুৰ থিয়েটাৰৰ(Theater Kahinur) এক সুকীয়া স্থান আছে।(Titanic) এই কহিনুৰ থিয়েটাৰেই ১৯৯৮ চনত প্ৰথম বাৰৰ বাবে মঞ্চস্থ কৰিছিল নাট্যকাৰ হেমন্ত দত্তৰ 'টাইটানিক' আৰু সেই সময়ত এই নাটকখনে দৰ্শকৰ যথেষ্ট সহাৰি লাভ কৰিবলৈ সক্ষম হৈছিল।

Shah Rukh Khan: বিশ্বৰ ধনী তাৰকা তালিকাৰ চতুৰ্থ স্থানত শ্বাহৰুখ খান

দামী বস্তু, ৭৩০০ কোটি টকাৰ সম্পত্তি, বিশ্বৰ চতুৰ্থ ধনী তাৰকা, বিদেশত দুটা বাংলো, প্ৰাইভেট জেট আৰু আই পি এল দলৰ মালিক শ্বাহৰুখ খান।(Shah Rukh Khan)

Popular