মহানগৰীৰ ধাৰাপুৰত চাঞ্চল্যকৰ ঘটনাঃ হোমষ্টে’ত উদ্ধাৰ যুৱতীৰ মৃতদেহ

গুৱাহাটী মহানগৰীৰ গড়লত চাঞ্চল্যকৰ ঘটনা।

হোমষ্টে’ত ৰহস্যজনকভাৱে উদ্ধাৰ এগৰাকী যুৱতীৰ মৃতদেহ।

উদ্ধাৰ হোৱা মৃতদেহটো ধাৰাপুৰৰ নিমিষা ঠাকুৰীয়াৰ বুলি চিনাক্ত।

গুৱাহাটী বিশ্ববিদ্যালয়ৰ ৫ বছৰীয়া সংহত পাঠ্যক্ৰমৰ স্নাতকৰ ছাত্ৰী আছিল নিমিষা।

গড়লস্থিত ‘RUDREAS KITCHEN’ নামৰ Home Stayৰ পৰা নিমীষাৰ মৃতদেহ উদ্ধাৰ কৰা হয় বুলি জানিব পৰা গৈছে।








Related Articles