যুৱ ব্যৱসায়ী সোণমইনা দাসে ক্ৰয় কৰে জুবিন গাৰ্গৰ ৰেঞ্জ ৰ’ভাৰ বাহনখন

বিক্ৰী হৈ গ’ল প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ মৰমৰ ৰেঞ্জ ৰ’ভাৰখন।

মিৰ্জাৰ গড়লৰ সোণমণি দাসক বিক্ৰী কৰা হয় গাড়ীখন।

এই কথা স্বীকাৰ কৰিছে বানখন ক্ৰয় কৰা সোণমণি দাসে।

জুবিন গাৰ্গৰ স্মৃতি হিচাপে গাড়ীখন ক্ৰয় কৰাৰ কথা প্ৰকাশ সোণমণিৰ।

‘জুবিন গাৰ্গক ভালপোৱাৰ বাবেই ক্ৰয় কৰিছিলোঁ বাহনখন’।

Related Articles