পুত্ৰ সন্তানৰ মাতৃ হ’ল জনপ্ৰিয় অভিনেত্ৰী সামান্থা ৰুথ প্ৰভু

পুত্ৰ সন্তানৰ মাতৃ হ’ল দক্ষিণৰ জনপ্ৰিয় অভিনেত্ৰী সামান্থা ৰুথ প্ৰভু।

অভিনেতা সামান্থা ৰুথ প্ৰভু আৰু প্ৰযোজক ৰাজ নিদিমোৰুৱে প্ৰথমটি সন্তানৰ পিতৃ-মাতৃ হয়।

শুকুৰবাৰে ছ’চিয়েল মিডিয়াত এটা পোষ্টৰ জৰিয়তে এই খবৰ শ্বেয়াৰ কৰি দম্পতীহালে কয় যে শিশুটিৰ জন্ম ১৯ নৱেম্বৰত হৈছিল।

নাম ৰাখিছে দেৱ নিদিমোৰু।

https://www.instagram.com/p/Df9LyCouMla/?utm_source=ig_web_copy_link&hvrq=NTc4MTIwNjQ2YQ==

সামাজিক মাধ্যমত তেওঁলোকে শ্বেয়াৰ কৰা ফটোখনত সামান্থা আৰু নিদিমোৰুৱে নৱজাতকৰ হাতত ধৰি থকা দেখা গৈছে।

কেইবাজনো চেলিব্ৰিটিয়ে কমেণ্ট ছেকচনত দম্পতীহালক অভিনন্দন জনায়।

অভিনেতা তমান্না ভাটিয়া আৰু বৰুণ ধাৱনে তেওঁলোকক অভিনন্দন জনায়।

২০২৫ চনৰ ১ ডিচেম্বৰত কইম্বাটুৰৰ সাধগুৰুৰ ঈশা যোগ কেন্দ্ৰৰ ভিতৰৰ লিংগ ভৈৰৱী মন্দিৰত অনুষ্ঠিত হোৱা ভূটা শুদ্ধি বিবাহ অনুষ্ঠানত বিবাহপাশত আবদ্ধ হৈছিল দম্পতীহাল।

Related Articles