মানুহে মানুহৰ বাবে। তেজপুৰৰ নৰ্দান ৰেঞ্জ আৰু তেজপুৰ চৰকাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ (১৯৮২)চনৰ সৰ্তীথ সকলে আজি T & I PRIVATE LIMITED MISSION CHARIALI TEZPURৰ পৰা আৰু উজনি অসমৰ বান ক্ষতিগ্ৰস্ত বানাক্ৰান্ত সকললৈ সাহায্য সামগ্ৰী যোগান ধৰাৰ এক প্ৰয়াসৰে তেজপুৰৰ পৰা শিৱসাগৰলৈ বুলি ৰাওনা হয় এটি দল।
শোণিতপুৰ জিলা তেজপুৰৰ নৰ্দান ৰেঞ্জৰ বিষয়া IGP prasanta sagar sangmaiৰ লগতে দলৰ প্ৰতিনিধি সকলো উপষ্ঠিত হয় আৰু তেজপুৰৰ পৰা পুৱা ৬বজাত যাত্ৰা আৰম্ভ কৰে। ইয়াৰ পিচতে আজি শিৱসাগৰ আৰু নাজিৰাৰ লগতে ভিতৰুৱা অঞ্চল সমুহ পৰিদৰ্শন কৰে আৰু বিদ্যালয় সমুহত যোগান ধৰা বিদ্যালয়ৰ সামগ্ৰী স্কুল বেগ বহি পেঞ্চিল ডেস্কবেঞ্চ স্কুল ড্ৰেচেছ লগতে অভিবাবক সকলোকক দিয়া হয় একোখনকৈ উপহাৰ আৰু ঘৰৰ বাবে কেৰাহী ডেক্সী হাটাৰ লগতে অনান্যবোৰ সা-সামগ্ৰী-ইয়াৰ লগতে বিদ্যালয়ৰ পৰিচালনা সমিটী বোৰে সলাগ লয় আৰু তেজপুৰীয়া ৰাইজক ধন্যবাদ জ্ঞাপন কৰে

