সত্ৰভূমিৰ বেদখল সন্দৰ্ভত গুৰুত্বপূৰ্ণ মন্তব্য মুখ্যমন্ত্ৰীৰ

সত্ৰভূমিৰ বেদখল সন্দৰ্ভত সদনত মুখ্যমন্ত্ৰীৰ বক্তব্য-

‘Iconic Heritage অঞ্চল (মাজুলী, বৰপেটা, বটদ্ৰৱা)ৰ ৫ কিঃমিঃ ব্যাসার্ধলৈ নতুনকৈ কৰিব নোৱাৰিব ভূমি কিনা-বেচা’

‘সেই অঞ্চলত ৩টা প্রজন্ম বসবাস কৰা হ’ব লাগিব’।

‘স্থানীয় লোকেহে কৰিব পাৰিব মাটি ক্রয়-বিক্রয়’।

২৫০ বছৰতকৈ পুৰণি ঐতিহাসিক স্থানৰ বৈশিষ্ট্য অক্ষুণ্ণ ৰখাৰ চেষ্টা।

অবৈধভাৱে থকা লোকক কৰা হ’ব উচ্ছেদ।

বিধানসভাৰ বাজেট অধিৱেশনৰ অন্তিম দিনা সদনত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ বক্তব্য।

সদনত পাৰিত The Land and Revenue Regulation (Amendment) Bill 2026।

Related Articles