গ্লাছগ’ত সামৰণি পৰিল ২০২৬ৰ কমনৱেলথ গেমছ।
১১ দিনীয়া প্রতিযোগিতাত অনুষ্ঠিত হ’ল মুঠ ২০০টা পদক ইভেন্ট।
এইবাৰৰ কমনৱেলথত ১০টা ইভেন্টত হৈছিল প্রতিযোগিতা।
বিশ্বৰ ৭৪খন দেশৰ ৩,০০০ৰো অধিক খেলুৱৈৰ অংশগ্ৰহণ।
এইবাৰৰ কমলৱেলথৰ পদক তালিকাত আধিপত্য বিস্তাৰ কৰে অষ্ট্ৰেলিয়াই।
৭০টা স্বৰ্ণসহ মুঠ ১৭১টা পদক লাভ অষ্ট্ৰেলিয়াৰ।
৩৯টা পদকেৰে কমনৱেলথৰ অভিযান সামৰিলে ভাৰতে।
গুজৰাটৰ আহমেদাবাদত অনুষ্ঠিত হ’ব ২০৩০ চনৰ কমনৱেলথ গেমছ।
গ্লাছগ’ কমনৱেলথৰ সামৰণি অনুষ্ঠানত ২০৩০ৰ কমনৱেলথ গেমছৰ আয়োজকৰ দায়িত্ব অৰ্পণ।
নীৰজ চোপ্ৰা আৰু পি টি উষাৰ উপস্থিতিত অৰ্পণ কমনৱেলথৰ পতাকা।

