Breaking

Browsing Category

সম্পাদকীয়

দহ বছৰে মুকলি নহল ধৰ্মপুৰ সমষ্টিৰ শিমলীয়া পানী যোগান আঁচনি কেন্দ্ৰটো : বিশুদ্ধ খোৱা পানী যোগানৰ পৰা…

নলবাৰী জিলাৰ ধৰ্মপুৰ সমষ্টিৰ বেলশৰ জনস্বাস্থ্য কাৰিকৰী সংমণ্ডলৰ অন্তৰ্গত চামতাৰ শিমলীয়া গাঁওত দহ বছৰ পূৰ্বে নিৰ্মাণ কৰা জনস্বাস্থ্য কাৰিকৰী বিভাগৰ বিশুদ্ধ খোৱা পানী যোগান আঁচনিৰ কেন্দ্ৰটো আজিও মুকলি নহ'ল  ।আৰু এতিয়া হাবি- জংঘলে আগুৰি
Read More...

দুমুনীচকীৰ ঈদগাহ ময়দান আৰু মছজিদ সমূহত দেখা গল এক নিমাও মাও পৰিবেশ

আজি পবিত্ৰ ঈদ-উল-আজহা।  ইছলাম ধৰ্মালম্বী লোকসকলে পালন কৰা এই পবিত্ৰ ঈদৰ উৎসৱ ম্লান পৰা দেখা গৈছে। জাক জমকতাৰ বিপৰীতে ঈদগাহ ময়দান সমূহত দেখা গল এক নিমাও মাও পৰিবেশ। ৰাজ্য চৰকাৰৰ নিৰ্দেশৰ প্ৰতি সন্মান জনাই প্ৰতি গৰাকী ইছলাম ধৰ্মালম্বী লোকে
Read More...

বৰছলাৰ তেলীয়াগাৱত ব্ৰহ্মপুত্ৰ নদীৰ তীব্ৰ গৰা-খহনীয়া৷খহনীয়াগ্ৰস্ত অঞ্চল পৰিভ্ৰমণ কৃষক শ্ৰমিক সুৰক্ষা…

শোণিতপুৰ জিলাৰ বৰছলা বিধানসভা সমষ্টিৰ ঠেলামৰা ৰাজহ চক্ৰ এলেকাৰ তেলীয়াগাৱঁত মহাবাহু ব্ৰহ্মপুত্ৰ নদীয়ে তীব্ৰ গৰা-খহনীয়াৰ সৃষ্টি কৰিছে৷বিগত কেইবাবছৰ ধৰি গৰা-খহনীয়া অব্যাহত থকাত উক্ত এলেকাটোৰ হেজাৰ হেজাৰ বিঘা কৃষিভূমি ইতিমধ্যে মহাবাহু
Read More...

শাওনৰ পথাৰৰ নাঙলৰ শিৰলুত সপোন ৰচাত ব্যস্ত মেলেঙৰ এগৰাকী ব্যতিক্ৰমী যুৱতী

যোৰহাট জিলা মেলেঙৰ এগৰাকী ব্যতিক্ৰমী যুৱতী । নাম ৰিমঝিম দত্ত। ঘৰ টীয়কৰ মেলেং গায়ন গাঁৱত । ভূগোল বিষয়ত স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰা ৰিমঝিমে চৰকাৰী চাকৰিৰ আশাত ৰৈ নাথাকি স্বাৱলম্বী হ'বৰ বাবে ঘৰতে থলুৱা প্ৰজাতিৰ মাছ ,  মুৰ্গী পালন ওপৰিও চাহ
Read More...

বিশ্বনাথ জিলাত কেঁচা চাহ পাতৰ মূল্য হ্ৰাস

ৰাজ্যৰ অন্যান্য স্থানৰ লগতে বিশ্বনাথ জিলা খনত ৮০% লোকে ক্ষুদ্ৰ চাহ খেতিয়কে জাতীয় অৰ্থনীতিলৈ অবদান আগবঢ়াই আহিছে। জিলা খনত ক্ষুদ্ৰ চাহ খেতিৰ লগত প্ৰত্যক্ষ আৰু পৰোক্ষ ভাবে জৰিত হৈ আছে ৩০ হেজাৰ ৰৰো অধিক লোক" কিন্তু এই চাহ
Read More...

হৰেকৃষ্ণ মহন্ত আতাই জীৱিত অৱস্থাত লাভ কৰা সন্মান-সম্বৰ্দ্ধনা-বঁটা সমুহৰ বিৱৰণ:–

হৰেকৃষ্ণ মহন্ত আতাই জীৱনত প্ৰথম বাৰৰ বাবে ২০০৬ চনত শ্ৰীমন্ত শংঙ্কৰদেৱ সত্ৰ সমিতি দৰঙৰ পৰা আনুষ্ঠানিক ভাৱে "ভকত শিৰোমণি" উপাধি লাভ কৰে।এয়াই আছিল তেওঁৰ উপাধি বা অভিধা তথা বঁটা লাভৰ যাত্ৰি। ইয়াৰ পিছত তেওঁ একাধিক ভাৱে ২০১১ চনত ভাৰতীয় দলিত
Read More...

মাণিকপুৰ কোভিড কেয়াৰ চেন্টাৰৰ কদৰ্য ৰূপ। নৰক যন্ত্ৰনাত কোভিড ৰোগী

সদায় শূন্য সহনশীলতাৰ কথা কোৱা বিজেপি চৰকাৰে স্বাস্থ্য বিভাগত কিমান সহনশীলতাৰে উন্নয়ন কৰিছে তাৰেই এক বাস্তৱ প্ৰতিছব্বি দেখুৱাম এই প্ৰতিবেদনৰ জৰিয়তে। বঙাইগাঁও জিলাৰ মাণিকপুৰ মহাত্মা গান্ধী আদৰ্শ চিকিৎসালয়ৰ ওপৰ মহলাত থকা কোভিড
Read More...

এম এ চিৰ কেবিনেটত কেবাটাও দপ্তৰৰ সাল-সলনিঃ নতুন কাৰ্যবাহী সদস্যৰ নিযুক্তিঃ

মিচিং স্বায়ত্তশাসিত পৰিষদৰ  মুখ্য কাৰ্যবাহী সদস্য  পৰমানন্দ ছায়েঙ্গীয়াৰ নেতৃত্বত আৰু  মিচিং স্বায়ত্তশাসিত পৰিষদৰ অধ্যক্ষতাত আজি পৰিষদৰ কাৰ্যালয়ত এখনি কেবিনেট বৈঠক অনুষ্ঠিত হয় ৷ উক্ত কেবিনেটত মাজুলীৰ ৩২ নং ৰাদাং- ৰৃক্কং পৰিষদীয়
Read More...

কালিচৰণ ব্ৰহ্ম বঁটা প্ৰাপক ভকত শিৰোমণি হৰেকৃষ্ণ মহন্ত আতাৰ দেহাৱসান: সমগ্ৰ ওদালগুৰিত শোকৰ ছাঁ

ওদালগুৰি জিলাৰ ডিমাকুছিৰ  বৰঙ্গাজুলি সত্ৰৰ সত্ৰাধিকাৰ ভকত শিৰোমণি হৰেকৃষ্ণ মহন্ত আতা যোৱা নিশা প্ৰায় ১:১৫ বজাত পৰলোক প্ৰাপ্তি ঘটে৷  ডেকাকালৰে পৰা বিভিন্ন জাতি জনগোষ্ঠীৰ মিলনভূমি ডিমাকুছিত শঙ্কৰদেৱৰ আদৰ্শ প্ৰচাৰ কৰি অঞ্চলটোত জাতি জনজাতিৰ
Read More...

মুখ্যমন্ত্ৰীৰ সাহাৰ্য পুঁজিলৈ সৰ্বশিক্ষা ঐক্যমঞ্চৰ বৰঙণি প্ৰদান

সদৌ অসম সৰ্বশিক্ষা ৩য়, ৪ৰ্থ বৰ্গৰ কৰ্মচাৰী ঐক্যমঞ্চৰ তৰফৰ দেশৰ ক'ভিড পৰিস্হিতি মোকাবিলা কৰাৰ বাবে অসম চৰকাৰৰ সাহাৰ্যপুঁজিলৈ কিছু অনুদান আগবঢ়ায়। যোৱা ১৭জুন তাৰিখে ঐক্যমঞ্চৰ এটা সজাতি দ'লে অসম সচিবালয়ৰ মুখ্যমন্ত্ৰীৰ কাৰ্যালয়ত
Read More...