Breaking

সশস্ত্ৰ সীমা বলৰ নৱনিযুক্ত সঞ্চালকপ্ৰধান সুজয় থাওচেনৰ সৈতে বাৰ্তালাপত মিলিত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা…

0 2,043

জনতা ভৱনত সশস্ত্ৰ সীমা বলৰ নৱনিযুক্ত সঞ্চালকপ্ৰধান সুজয় থাওচেনৰ সৈতে বাৰ্তালাপত মিলিত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা। দেশৰ অন্যতম অৰ্ধসামৰিক বাহিনীৰ শীৰ্ষতম স্থানত এগৰাকী অসমৰ ব্যক্তি অধিস্থিত হোৱা বাতৰিটোৱে মুখ্যমন্ত্ৰীগৰাকীক আহ্লাদিত কৰি তুলিছে।

‘থাওচেনৰ এই সাফল্যই ৰাজ্যৰ যুৱক-যুৱতীসকলক নিজ নিজ বৃত্তিত পাৰদৰ্শিতা দেখুৱাবলৈ প্ৰেৰণাৰ উৎস হিচাপে বিবেচিত হ’ব।’ মুখ্যমন্ত্ৰীগৰাকীয়ে সামাজিক মাধ্যমত ব্যক্ত কৰে এই কথা।

Leave A Reply