Breaking

Browsing Category

সাহিত্য সংস্কৃতি

মাজুলীত অসম সাহিত্য সভাৰ সভাপতি পদ্মশ্ৰী সূৰ্যকান্ত হাজৰিকাক সম্বৰ্ধনা

"অসম সাহিত্য সভাই সমগ্ৰ বিশ্বতে অসমীয়া ভাষা আৰু সাহিত্যৰ বিকাশত কাম কৰিব৷ বিশ্বসভাত শাখা সাহিত্য সভা প্ৰতিষ্ঠা কৰি অসমীয়া সাহিত্যৰ মন্দিৰ প্ৰতিষ্ঠা কৰিব লাগিব৷ লগতে গ্ৰন্থ সংৰক্ষণ কৰি ভাষা-সাহিত্যক ভৱিষ্যত প্ৰজন্মৰ বাবে সুৰক্ষিত কৰি তোলাৰ
Read More...

ব্ৰিটেইনৰ হাউছ অৱ লৰ্ডছত অসমৰ কবিৰ কবিতা পাঠ

বিশ্ব সাংস্কৃতিক বৈচিত্ৰতা দিৱসৰে সংগতি ৰাখি ভাৰতত ভাষাগত বৈচিত্ৰতা শীৰ্ষক এক অনুষ্ঠান অলপতে ব্ৰিটিছ সংসদৰ হাউছ অৱ লৰ্ডছত অনুষ্ঠিত হয়। অল পাৰ্লিয়ামেন্টেৰী গ্ৰুপ অন মৰ্ডাণ লেংগুৱেজেছৰ সহযোগত সাংস্ক্ৰতি চেণ্টাৰ ফ'ৰ কালচাৰেল
Read More...

অসম সাহিত্য সভাৰ প্ৰজাতীয় মৈত্রীবন্ধন আৰু কুঁহিৰ উদ্যোগত অমৰ শিশুপ্ৰাণ অমৰেন্দ্ৰ বৰুৱা মেমৰিয়েল…

দেওবাৰে মাজুলীৰ বিস্তৃত অঞ্চলৰ কেইবাখনো প্ৰাথমিক, মজলীয়া আৰু উচ্চ মাধ্যমিক বিদ্যালয়ক সামৰি শিশু, ছাত্র-ছাত্রীসকলৰ মাজত অসম সাহিত্য সভাৰ প্ৰজাতীয় মৈত্রীবন্ধন আৰু কুঁহি উপসমিতিৰ উদ্যোগত আৰু অমৰ শিশুপ্ৰাণ অমৰেন্দ্ৰ বৰুৱা মেমৰিয়েল ট্ৰাষ্টৰ
Read More...

মাজুলী জিলা সাহিত্য সভাৰ অন্তৰ্গত সমন্বয় শাখা সাহিত্য সভা আৰু আঁহতগুৰি শাখা সাহিত্য সভাৰ নতুন সমিতি…

শনিবাৰে মাজুলী জিলা সাহিত্য সভাৰ অন্তৰ্গত অন্যতম শাখা সমন্বয় শাখা সাহিত্য সভা, পুৰণিবাৰীৰ ২০২৩-২৫ বৰ্ষৰ কাৰ্যনিৰ্বাহক সমিতিখন গঠন হয়৷ সমন্বয় শাখা সাহিত্য সভাৰ ভাৰপ্ৰাপ্ত সভাপতি আনন্দ নাথৰ সভাপতিত্বত
Read More...

অসম সাহিত্য সভাৰ প্ৰজাতীয় মৈত্রীবন্ধন আৰু কুঁহিৰ উদ্যোগত মাজুলীৰ ২২৮ নং ঝাৰণী সোণোৱাল প্ৰাথমিক…

দেওবাৰে মাজুলীৰ মধ্য অংশৰ বিস্তৃত অঞ্চলৰ কেইবাখনো প্ৰাথমিক বিদ্যালয়ক সামৰি শিশুসকলৰ মাজত অসম সাহিত্য সভাৰ প্ৰজাতীয় মৈত্রীবন্ধন আৰু কুঁহি উপসমিতিৰ উদ্যোগত আৰু অমৰ শিশুপ্ৰাণ অমৰেন্দ্ৰ বৰুৱা মেমৰিয়েল ট্ৰাষ্টৰ সৌজন্যত মাজুলীৰ ২২৮নং ঝাৰণী
Read More...

অসম কলা কৃষ্টি পৰিষদৰ উদ্যোগত সাংস্কৃতিক কাৰ্যসূচী আৰু বঁটা প্ৰদান অনুষ্ঠান

অসমৰ এক অন্যতম সামাজিক সাংস্কৃতিক অনুষ্ঠান অসম কলা কৃষ্টি পৰিষদৰ উদ্যোগত ১৮ মে তাৰিখে দিছপুৰস্থিত গড়কাপ্তানী প্ৰশিক্ষণ সন্মিলন প্ৰেক্ষাগৃহত বাৰেৰহণীয়া সাংস্কৃতিক অনুষ্ঠানৰ লগতে বঁটা প্ৰদান আৰু সাহিত্যৰ এক মননশীল অনুষ্ঠান অনুষ্ঠিত হৈ যায়৷
Read More...

মাজুলীত ভাষাৰ ওজা হেমচন্দ্ৰ বৰুৱাৰ স্মৃতি দিৱস পালন

অসমীয়া ভাষাৰ ওজা হেমকোষ প্ৰণেতা হেমচন্দ্ৰ বৰুৱাৰ স্মৃতি দিৱস মাজুলী জিলা সাহিত্য সভাই সোমবাৰে দিনজোৰা কাৰ্যসূচীৰে পালন কৰে৷ পুৱা ৮.৩০ বজাত জিলা সভাপতি ৰঞ্জিৎ কুমাৰ ভূঞাই পতাকা উত্তোলন কৰাৰ পিছতে পুৱা ৯ বজাত অসমীয়া ভাষাৰ পণ্ডিতগৰাকীৰ
Read More...

ভাৰত গৌৰৱ সন্মান লাভ কৰিলে নগাঁৱৰ হালোৱাগাঁৱৰ নীলাঞ্জনা বেজবৰুৱাই

সত্ৰীয়া নৃত্য পৰিৱেশনৰে পুনৰ ৰাষ্ট্ৰীয় পৰ্যায়ত নিজৰ নাম উজ্বলাবলৈ সক্ষম হ'ল নৃত্যশিল্পী নীলাঞ্জনা বেজবৰুৱা। নগাঁৱৰ বঢ়মপুৰ হালোৱাগাৱঁৰ নৃত্যশিল্পী নীলাঞ্জনা বেজবৰুৱাই সত্ৰীয়া নৃত্য পৰিৱেশন কৰা বাবে " ইণ্ডিয়া প্ৰাওদ বুক অফ ৰেকৰ্ডছে"
Read More...

বিশ্ব নৃত্য দিৱসৰ দিনটোত ৰবীন্দ্ৰ নৃত্যৰে মুখৰিত তেজপুৰৰ ঐতিহাসিক পকীৰ ৰূপকোঁৱৰ মঞ্চ 

বিশ্ব নৃত্য দিৱসৰ আজিৰ দিনটোতে বিশ্ব কবি গুৰু ৰবীন্দ্ৰ নাথ ঠাকুৰৰ ১৬২ সংখ্যক জয়ন্তীৰ লগত সংগতি ৰাখি আয়োজন কৰা ৰবীন্দ্ৰ নৃত্যৰ এক অনুষ্ঠানেৰে মুখৰিত হৈ পৰিল তেজপুৰৰ ঐতিহাসিক পকীৰ ৰূপকোঁৱৰ মঞ্চ।
Read More...

ধেমাজিত ‘পিচাক দমাচি’ৰ সামৰণি

ধেমাজিৰ লালুং তিনিআলিত অসমৰ অন্যতম জনগোষ্ঠী তিৱা সকলৰ ছাত্ৰ সংগঠন সদৌ তিৱা ছাত্ৰ সন্থাৰ ধেমাজি জিলা সমিতিয়ে দুদিনীয়া বৰ্ণাঢ্য কায্যসূচীৰে উদযাপন কৰা পঞ্চম বাৰ্ষিক পিচাক দমাচিৰ আজি সফলতাৰে সামৰণি পৰে৷
Read More...