সাহিত্য সংস্কৃতি

Mahim Bara: ড০ ৰুমী কলিতাৰ ‘মহিম বৰাৰ চুটি গল্পত নাৰী আৰু নাৰী মনস্তত্বৰ প্ৰতিফলন’ এটি প্ৰাসঙ্গিক আলোকপাত

নৱ প্ৰজন্মৰ এগৰাকী শক্তিশালী লেখিকা ড০ ৰুমী কলিতাৰ 'মহিম বৰাৰ(Mahim Bara) চুটি গল্পত নাৰী আৰু নাৰী মনস্তত্বৰ প্ৰতিফলন'— শীৰ্ষক গৱেষণাধৰ্মী গ্ৰন্থখনি অলপতে পঢ়াৰ সৌভাগ্য ঘটিছে।

Ras Festival began: ৫০খন পতাকা উত্তোলনৰে আৰম্ভ চিলাপথাৰ ৰাস মহোৎসৱৰ সোণালী জয়ন্তী সমাৰোহ

আজিৰে পৰা পাচঁদিনিয়াকৈ বৰ্ণাঢ্য কাৰ্যসূচীৰে আৰম্ভ হ'ল চিলাপথাৰ আঞ্চলিক ৰাস মহোৎসৱৰ(Ras Festival began) সোনালী জয়ন্তী বৰ্ষ সমাৰোহ। এতিয়া শৰৎ ঋতু। শৰৎৰ পূৰ্ণিমা নিশাত ভগৱান শ্ৰী কৃষ্ণই গোপীৰ সৈতে ৰাস ক্ৰীড়া কৰিছিল।

Children’s Day: শিশু দিৱস উদযাপন আৰু সংহত শিশু উন্নয়ন প্ৰকল্প

১৪ নৱেম্বৰত শিশু দিৱস(Children's Day) উদযাপনৰ হৈ আহিছে এই বিষয়ে পুনৰ ব্যাখ্যা কৰা প্ৰয়োজন নাই(14 November)।

Assamese in Assam: অসমত অসমীয়া কোন?

সমাজত সঘনাই শুনিব পোৱা প্ৰশ্ন এটাই মনত বহুত ভাৱৰ বুৰবুৰনিৰ সৃষ্টি কৰে। আচলতে অসমত অসমীয়া(Assamese in Assam) কোন?

Novel Jeora: কবি-সাংবাদিক ৰঞ্জিত পাটগিৰিৰ উপন্যাস ‘জেওৰা’ উন্মোচন

গুৱাহাটীৰ পানবজাৰস্থিত ৰেখা প্ৰকাশনত মঙলবাৰে কবি, সাংবাদিক ৰঞ্জিত পাটগিৰিৰ ষষ্ঠখন গ্ৰন্থ তথা দ্বিতীয়খন উপন্যাস 'জেওৰা'(Novel Jeora) উন্মোচন কৰা হয়।

Popular