সোণাপুৰত পাইপ লাইন ফাটি জলমগ্ন 27 নং ৰাষ্ট্ৰীয় ঘাইপথ

সোণাপুৰত পাইপ লাইন ফাটি জলমগ্ন 27 নং ৰাষ্ট্ৰীয় ঘাইপথ।

সোণাপুৰ স্থিত SSB সেনা ছাউনীৰ সন্মুখত ফাটে পানীৰ পাইপ লাইন।

SSBএ নিৰ্মাণ কাম চলাই থকাৰ ফলত সংঘটিত এই ঘটনা।

বাহন চলাচলত বিশেষ অসুবিধাৰ সৃষ্টি হয়।

Related Articles