June 7, 2026 ১৮ অনূৰ্ধ্বৰ পুৰুষৰ হকী এছিয়া কাপৰ খিতাপ দখল ভাৰতৰ ১৮ অনূৰ্ধ্বৰ পুৰুষৰ হকী এছিয়া কাপৰ খিতাপ দখল ভাৰতৰ। Share FacebookTwitterWhatsAppTelegramKooEmail ১৮ অনূৰ্ধ্বৰ পুৰুষৰ হকী এছিয়া কাপৰ খিতাপ দখল ভাৰতৰ। জাপানক পৰাস্ত কৰি খিতাপ দখল ভাৰতৰ। ফাইনেল খেলখনত জাপানক ৪-১ গলৰ ব্যৱধানত পৰাস্ত কৰে। তৃতীয়বাৰৰ বাবে এই খিতাপ দখল কৰে ভাৰতে। Author: দৈনন্দিন বাৰ্তা Related Articles পুনৰ ভাৰত জোড়ো যাত্ৰাৰ প্ৰস্তুতি ৰাহুল গান্ধীৰ দৈনন্দিন বাৰ্তা - June 15, 2026 ৩০ বছৰীয়া জনপ্ৰিয় অভিনেত্ৰী সঞ্চিতা উগালেৰ চৰমপন্থা দৈনন্দিন বাৰ্তা - June 15, 2026 ‘ভাৰত ইনোভেটছ্’ হৈছে ভাৰত বিশ্বৰ সংযোগৰ পৰৱৰ্তী অধ্যায়ঃ মোদী দৈনন্দিন বাৰ্তা - June 15, 2026