Breaking

২১ বিধ খাদ্য সামগ্ৰীৰ ওপৰত লাগিব GST!

0 2,120
  • পুনৰ ৰাইজৰ ওপৰত মাধমাৰ

  • ১৮ জুলাইৰ পৰা ২১বিধ খাদ্য সামগ্ৰীৰ ওপৰত লাগিব GST

  • কি কি সামগ্রীৰ ওপৰত লাগিব GST?

  • দৈ, লাচি, বাটাৰ, মৌকে ধৰি দুগ্ধজাত সামগ্ৰীৰ ওপৰত লাগিব GST

  • শেহতীয়াকৈ বহু সামগ্ৰীৰ ১৮ শতাংশৰ পৰা ২৮ শতাংশলৈ বৃদ্ধি হৈছিল GST

  • কোনোটো সামগ্রীত ৫ শতাংশৰ পৰা ১২ শতাংশলৈ বৃদ্ধি GST
Leave A Reply