Breaking

৪৬ সংখ্যক সদৌ অসম আন্তঃজিলা দবা প্ৰতিযোগিতাত ৰিতিছা মায়ৰা ৰাজবংশীৰ খিতাপ দখল…

0 26

২৮-৩০ জুলাইলৈ নামৰূপত অনুষ্ঠিত হোৱা ৪৬ সংখ্যক সদৌ অসম আন্তঃজিলা দবা প্ৰতিযোগিতা-২০২৩ত

গুৱাহাটীৰ ভাণ্ড্যা ইণ্টাৰনেশ্যনেল স্কুলৰ ৰিতিছা মায়ৰা ৰাজবংশীই ১১ বছৰৰ তলৰ (ছোৱালী) শাখাৰ খিতাপ দখল

কৰে বিশাখাপট্টনমত অনুষ্ঠিত হ’বলগীয়া ছোৱালীৰ ১১ বছৰৰ তলৰ শাখাত আগন্তুক ৰাষ্ট্ৰীয় দবা চেম্পিয়নশ্বিপ-২০২৩ত ৰাজ্যখনক প্ৰতিনিধিত্ব কৰিব

Leave A Reply