ৰাজ্যত প্ৰৱল বৰষুণৰ সতৰ্কবাণীঃ চাৰিখন জিলাত জাৰি কৰা হৈছে অৰেঞ্জ এলাৰ্ট

ৰাজ্যত প্ৰৱল বৰষুণৰ সতৰ্কবাণী।

অনাগত দুদিনলৈ ৰাজ্যত প্ৰৱল বৃষ্টিপাতৰ সতৰ্কবাণী।

চাৰিখন জিলাত জাৰি কৰা হৈছে অৰেঞ্জ এলাৰ্ট।

৪-৫ আগষ্টত অৰুণাচলতো প্রবল বৰষুণৰ আগজাননী।

কেন্দ্ৰীয় বতৰ বিজ্ঞান কেন্দ্ৰই জাৰি কৰিছে সতর্কবাণী।

অসম, নাগালেণ্ড, মেঘালয়, মণিপুৰতো বৃষ্টিপাতৰ সম্ভাৱনা।

প্ৰবল বৰষুণৰ ফলত পুনৰ বানৰ সৃষ্টিৰ আশংকা।

সংবেদনশীল পাহাৰীয়া এলেকাত আশংকা কৰা হৈছে ভূমিস্খলনৰো।

Related Articles