ৰাজ্যবাসীলৈ আন এক বিপজ্জনক খবৰ।
ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণৰ এলাৰ্ট জাৰি।
অৰুণাচল আৰু নাগালেণ্ডত ধাৰাসাৰ বৰষুণৰ আগজাননী।
৩০ জুলাইৰ পৰা ১ আগষ্টলৈ বৰষুণৰ আগজাননী।
অসমৰ লগতে অৰুণাচল, নাগালেণ্ডতো হ’ব প্ৰচুৰ বৰষুণ।
বান বিভীষিকাৰ মাজতে ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণৰ এলাৰ্ট জাৰি।

