Home
উত্তৰ-পূৰ্বাঞ্চল
অসম
ই-পেপাৰ
দৈনন্দিন বাৰ্তা
Assam Rising
ৰাষ্ট্ৰীয়-আন্তঃৰাষ্ট্ৰীয়
ক্রীড়া-জগত
স্বাস্থ্য বাৰ্তা
APPLY CARD
Apply For Member Card
ফটো
বিনোদন
Home
উত্তৰ-পূৰ্বাঞ্চল
অসম
ই-পেপাৰ
দৈনন্দিন বাৰ্তা
Assam Rising
ৰাষ্ট্ৰীয়-আন্তঃৰাষ্ট্ৰীয়
ক্রীড়া-জগত
স্বাস্থ্য বাৰ্তা
APPLY CARD
Apply For Member Card
ফটো
বিনোদন
Home
উত্তৰ-পূৰ্বাঞ্চল
অসম
ই-পেপাৰ
দৈনন্দিন বাৰ্তা
Assam Rising
ৰাষ্ট্ৰীয়-আন্তঃৰাষ্ট্ৰীয়
ক্রীড়া-জগত
স্বাস্থ্য বাৰ্তা
APPLY CARD
Apply For Member Card
ফটো
বিনোদন
ৰাষ্ট্ৰীয়
অৰুণাচলীৰ গুলীত আহত পৰিয়াললৈ ২ লাখ টকাকৈ সাহায্য
মুখ্যমন্ত্ৰীক হত্যাৰ ভাবুকিৰ গোচৰত আৰু তিনিজন আটক
‘মিছন সদ্ভাৱনা’ৰে পেণ্ডিং ফাইল নিষ্পত্তি, বিষয়া-কৰ্মচাৰীলৈ মুখ্যমন্ত্ৰীৰ কঠোৰ সকীয়নি
AGP gratitude’Chief Ministerমুখ্যমন্ত্ৰীক কৃতজ্ঞতা অগপৰ
মুখ্য-পৃষ্ঠা
দৈনন্দিন বাৰ্তা
-
September 27, 2024
AGP gratitude'Chief Minister অসম চুক্তি ৰূপায়ণৰ দিশত অসম চৰকাৰৰ বৃহৎ পদক্ষেপ ৷ মুখ্যমন্ত্ৰীক কৃতজ্ঞতা অগপৰ ৷ অসম গণ পৰিষদৰ হৈ সভাপতি অতুল বৰা, কাৰ্যকৰী সভাপতি কেশৱ মহন্ত, উপ সভাপতিদ্বয় বিষ্ণু দাস আৰু অপূৰ্ব ভট্টাচাৰ্য, সাধাৰণ সম্পাদক মনোজ শইকীয়া, ড° তপন দাস, সুনীল ডেকা আৰু মণিমাধৱ মহন্ত তথা সম্পাদক গুণমণি ভূঞাৰ লগতে কেইবাগৰাকীও দলীয় বিষয়ববীয়াই আজি মুখ্যমন্ত্ৰী ডাঙৰীয়াক সাক্ষাৎ কৰি কৃতজ্ঞতা জ্ঞাপন কৰে।
PM Modi US visit: গাজাৰ পৰিস্থিতি সন্দৰ্ভত প্ৰধানমন্ত্ৰী মোদীৰ গভীৰ উদ্বেগ প্ৰকাশ
মুখ্য-পৃষ্ঠা
দৈনন্দিন বাৰ্তা
-
September 23, 2024
ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে নিউয়ৰ্কত পেলেষ্টাইনৰ ৰাষ্ট্ৰপতি মাহমুদ আব্বাসৰ সৈতে এক গুৰুত্বপূৰ্ণ বৈঠকত মিলিত হয়(PM Modi bilateral meeting with Palestinian President) । গাজাৰ অৱনমিত মানৱীয় পৰিস্থিতি সন্দৰ্ভত গভীৰ উদ্দেগ প্ৰকাশ কৰাৰ লগতে প্ৰধানমন্ত্ৰীগৰাকীয়ে পেলেষ্টাইনৰ লোকসকলৰ প্ৰতি ভাৰতৰ সমৰ্থনৰ কথা পুনৰ দোহাৰে(PM Modi US visit)।
Major Infra Projects Launched: টুটিকোৰিন আন্তঃৰাষ্ট্ৰীয় টাৰ্মিনেল দেশৰ বাবে উচৰ্গা কৰিলে কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে
মুখ্য-পৃষ্ঠা
দৈনন্দিন বাৰ্তা
-
September 18, 2024
কেন্দ্ৰীয় বন্দৰ, জাহাজ আৰু জলপথ দপ্তৰৰ মন্ত্ৰী সৰ্বানন্দ সোণোৱালে মঙলবাৰে ভি অ’ চিদাম্বৰনাৰ বন্দৰত টুটিকোৰিন আন্তঃৰাষ্ট্ৰীয় কণ্টেইনাৰ টাৰ্মিনেল (টি আই চি টি) দেশবাসীৰ বাবে উৎসৰ্গা কৰে। কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে মূল আন্তঃগাঁথনি প্ৰকল্পও উদ্বোধন কৰাৰ লগতে কেইবাটাও প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰে(Major Infra Projects Launched)।
Arvind Kejriwal Resignation: কেজৰিৱালৰ পদত্যাগৰ ঘোষণাক সস্তীয়া প্ৰচাৰৰ কৌশল আখ্যা বিজেপিৰ
মুখ্য-পৃষ্ঠা
দৈনন্দিন বাৰ্তা
-
September 16, 2024
দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালে মুখ্যমন্ত্ৰী পদৰ পৰা পদত্যাগ কৰিব বুলি কৰা ঘোষণাই বিভিন্ন মহলত ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে(Arvind Kejriwal Resignation)। বিজেপিয়ে কেজৰিৱালৰ এই ঘোষণাক সস্তীয়া প্ৰচাৰৰ কৌশল আখ্যা দিছে।
Delhi CM Arvind Kejriwal: তিহাৰ জেইলৰ পৰা মুক্তিৰ পিছতে প্ৰথমবাৰৰ বাবে দলীয় কাৰ্যালয়ত দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱাল
মুখ্য-পৃষ্ঠা
দৈনন্দিন বাৰ্তা
-
September 15, 2024
দিল্লীৰ মুখ্যমন্ত্ৰী তথা আম আদমী পাৰ্টীৰ ৰাষ্ট্ৰীয় সংযোজক অৰবিন্দ কেজৰিৱালে(Delhi CM Arvind Kejriwal) তিহাৰ জেইলৰ পৰা মুক্তি পোৱাৰ পিছতে দেওবাৰে উপস্থিত হয় দলৰ মুখ্য কাৰ্যালয়ত । তিহাৰ জেইলৰ পৰা মুক্তি লাভ কৰাৰ পিছত এইয়া আছিল কাজৰিৱালৰ প্ৰথমটো দলীয় কাৰ্যালয় ভ্ৰমণ(Aam Aadmi Party)।
1
...
108
109
110
...
213
Page 109 of 213
Popular
জুবিন হত্যাৰ গোচৰত আদালতত হাজিৰ হ’ব লাগিব সৃজনী ভাস্ব মহন্ত
দৈনন্দিন বাৰ্তা
-
August 26, 2026