ৰাষ্ট্ৰীয়

23rd Law Commission;২৩ সংখ্যক আইন আয়োগ গঠনক লৈ কেন্দ্ৰৰ অধিসূচনা; সদস্যৰ তালিকাত উচ্চ আৰু উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশ

বিগত ৩১ আগষ্টত ২২ সংখ্যক আয়োগৰ কাৰ্যকাল অন্ত পৰাৰ পিছতে ভাৰত চৰকাৰে তিনি বছৰৰ বাবে ২৩ সংখ্যক আইন আয়োগখন গঠন কৰে(Government Constitutes 23rd Law Commission) । নতুনকৈ গঠন কৰা এই আয়োগত এগৰাকী পূৰ্ণকালীন অধ্যক্ষকে ধৰি চাৰিগৰাকী পূৰ্ণকালীন সদস্য আৰু পাঁচগৰাকী অংশকালীন সদস্য অন্তৰ্ভূক্ত থাকিব । এই আয়োগত উচ্চ আৰু উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশক অধ্যক্ষ বা সদস্য হিচাপে নিযুক্তি দিব পাৰিব(Supreme Court and High Court judges)।

IAF Fighter Plane Crashes: ৰাজস্থানৰ বৰমেৰত ভাৰতীয় বায়ুসেনাৰ যুঁজাৰু বিমান দুৰ্ঘটনাগ্ৰস্ত

সোমবাৰে নিশা ৰাজস্থানৰ বৰমেৰ জিলাত ভাৰতীয় বায়ুসেনাৰ এখন যুদ্ধ বিমান দুৰ্ঘটনাগ্ৰস্ত হয়(IAF Fighter Plane Crashes)।

J-K Police recovers 3 pistols: জম্মু আৰু কাশ্মীৰৰ ছাম্বাত সন্দেহযুক্ত পেকেটত উদ্ধাৰ ৩টা পিষ্টল

জম্মু আৰু কাশ্মীৰৰ মল্লু চক অঞ্চলত(Mallu Chack area) সন্দেহযুক্ত ড্ৰ’নৰ চলাচল সন্দৰ্ভত পোৱা এক গোপন সূত্ৰৰ ভিত্তিত অভিযান আৰম্ভ কৰা হৈছিল বুলি আৰক্ষীৰ এগৰাকী শীৰ্ষ বিষয়াই জানিবলৈ দিয়ে ।এই সংক্ৰান্তত ৰামগড় আৰক্ষী থানাত 113(3)/149 BNS আৰু 7/25 অস্ত্ৰ আইনৰ অধীনত এটা গোচৰ ৰুজু কৰাৰ কথাও উল্লেখ কৰিলে আৰক্ষী বিষয়াগৰাকীয়ে(J-K Police recovers 3 pistols) ।

Sandip Ghosh Arrested by CBI: আৰ জি ক’ৰ চিকিৎসা মহাবিদ্যালয় হাস্পতালৰ প্ৰাক্তন অধ্যক্ষ সন্দীপ ঘোষক চি বি আইৰ গ্ৰেপ্তাৰ

কলকাতাত এগৰাকী মহিলা চিকিৎসকৰ ধৰ্ষণ আৰু হত্যাকাণ্ডৰ গোচৰত তদন্তকাৰী বিষয়াৰ সন্মুখত যোৱা দুটাকৈ সপ্তাহ ধৰি হাজিৰ হৈ থকা আৰ জি ক'ৰ চিকিৎসা মহাবিদ্যালয়ৰ(RG Kar Medical College and Hospital) প্ৰাক্তন অধ্যক্ষ সন্দীপ ঘোষক অৱশেষত চিবিআইয়ে গ্ৰেপ্তাৰ কৰে । চিবিআইয়ে বিত্তীয় অনিয়মৰ অভিযোগত সন্দীপ ঘোষক গ্ৰেপ্তাৰ কৰা বুলি জানিব পৰা গৈছে। সোমবাৰে কলকাতাৰ চি জি অ’ কমপ্লেক্সত চি বি আইৰ দলৰ সন্মুখত হাজিৰ হ’বলৈ অহাৰ পাছতে ঘোষক গ্ৰেপ্তাৰ কৰা হয়।

Abkari constable dies during physical test আবকাৰী কনিষ্টবল পদৰ শাৰীৰিক পৰীক্ষাৰ সময়ত চাকৰি প্ৰাৰ্থীৰ মৃত্যু, তদন্ত আৰক্ষীৰ

constable dies আবকাৰী কনিষ্টবল পদৰ শাৰীৰিক পৰীক্ষাৰ সময়ত চাকৰি প্ৰাৰ্থীৰ মৃত্যু, তদন্ত আৰক্ষীৰ constable dies আবকাৰী বিভাগৰ কনিষ্টবল পদৰ বাবে শাৰীৰিক সক্ষমতাৰ পৰীক্ষা চলিছিল কেইবাটাও...

Popular