Home
উত্তৰ-পূৰ্বাঞ্চল
অসম
ই-পেপাৰ
দৈনন্দিন বাৰ্তা
Assam Rising
ৰাষ্ট্ৰীয়-আন্তঃৰাষ্ট্ৰীয়
ক্রীড়া-জগত
স্বাস্থ্য বাৰ্তা
APPLY CARD
Apply For Member Card
ফটো
বিনোদন
Home
উত্তৰ-পূৰ্বাঞ্চল
অসম
ই-পেপাৰ
দৈনন্দিন বাৰ্তা
Assam Rising
ৰাষ্ট্ৰীয়-আন্তঃৰাষ্ট্ৰীয়
ক্রীড়া-জগত
স্বাস্থ্য বাৰ্তা
APPLY CARD
Apply For Member Card
ফটো
বিনোদন
Home
উত্তৰ-পূৰ্বাঞ্চল
অসম
ই-পেপাৰ
দৈনন্দিন বাৰ্তা
Assam Rising
ৰাষ্ট্ৰীয়-আন্তঃৰাষ্ট্ৰীয়
ক্রীড়া-জগত
স্বাস্থ্য বাৰ্তা
APPLY CARD
Apply For Member Card
ফটো
বিনোদন
ৰাষ্ট্ৰীয়
গুৱাহাটী প্ৰেছ ক্লাবৰ বিষয়ববীয়াৰে তথ্য আৰু জনসংযোগ বিভাগৰ গুৰুত্বপূৰ্ণ বৈঠক ।প্ৰেছ এক্ৰেডিয়েছন কমিটিৰ বৈঠক অনুষ্ঠিত নোহোৱাত আক্ষেপ প্ৰেছ ক্লাবৰ
পশ্চিমবংগত ভোটাৰৰ উপস্থিতি ৯০ শতাংশ অতিক্ৰম ! তামিলনাডুতো ৮৪ শতাংশতকৈ অধিক ভোটদান ৰেকৰ্ড
নাৰী শক্তি বন্দন অধিনিয়ম (সংশোধন) ২০২৬ সংসদত গৃহীত নোহোৱাৰ প্রতিবাদত গুৱাহাটীৰ ৰাজপথত মহিলাৰ বিশাল জন আক্রোশ সমদল
Chutia Students’ Union:চুতীয়া জনগোষ্ঠীক জনজাতিকৰণ আৰু স্বায়ত্ব শাসন প্ৰদানৰ দাবীৰে গোলাঘাটত চুতীয়া ছাত্ৰ সন্থাৰ আমৰণ অনশন
অসম
দৈনন্দিন বাৰ্তা
-
November 25, 2024
চুতীয়া জনগোষ্ঠীক জনজাতিৰ মৰ্যদা প্ৰদান আৰু স্বায়ত্ব শাসন(Tribalization and Autonomy) প্ৰদানৰ দাবীত সোমবাৰৰ পৰা গোলাঘাটত আমৰণ অনশনৰ(Immortal hunger strike) কাৰ্যসূচী গ্ৰহণ কৰিছে সদৌ অসম চুতীয়া ছাত্ৰ সন্থাই(Chutia Students' Union)।
Assamese Hero:মহাবীৰ লাচিত বৰফুকন অসমীয়া বীৰ
অসম
দৈনন্দিন বাৰ্তা
-
November 24, 2024
অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদৰ(AJYCP) কেন্দ্রীয় সমিতিৰ সৌজন্যত কলিয়াবৰ জিলা সমিতিৰ উদ্যোগত আজিৰে পৰা দুদিনীয়াকৈ কুঁৱৰীটোলৰ গান্ধী খেলপথাৰত কেন্দ্ৰীয় ভাৱে বৰ্ণাঢ্য কাৰ্যসূচীৰে লাচিত দিৱস(Assamese Hero) উদযাপন কৰিছে।
AAP:’আপ’ৰ বিশ্বনাথ জিলাৰ সভাপতি মেহুৱেল বসুমতাৰীক অপসাৰণ
অসম
দৈনন্দিন বাৰ্তা
-
November 24, 2024
দলবিৰোধী কাৰ্যকলাপত লিপ্ত থকাৰ অভিযোগত আম আদমী পাৰ্টিৰ(AAP) বিশ্বনাথ জিলা(Bishwanath) সমিতিৰ সভাপতি মেহুৱেল বসুমতাৰীক দায়িত্বৰ পৰা অপসাৰণ(president Mehuel Basumatary removed) কৰা হৈছে।
BJP wins in Samaguri:চামগুৰিত বিজেপিৰ প্ৰাৰ্থী দিপ্লুৰঞ্জন শৰ্মা জিকাৰ আঁৰত সংখ্যালঘু ভোটাৰ
অসম
দৈনন্দিন বাৰ্তা
-
November 24, 2024
সকলো জল্পনা কল্পনাৰ সামৰণি পেলাই অৱশেষত বিজেপি প্ৰাৰ্থী দিপ্লুৰঞ্জন শৰ্মাই(Diplu Ranjan Sarmah) চামগুৰি সমষ্টিৰ উপ-নিৰ্বাচনত শেষ হাঁহি মাৰিবলৈ(BJP wins in Samaguri) সক্ষম হয়।
Imran Shah’s birthday:কথাশিল্পী ইমৰান শ্বাহৰ ওপজাত দিনত গুণমুগ্ধ, শতাধিক অনুষ্ঠান-প্ৰতিষ্ঠানৰ শুভেচ্ছা
অসম
দৈনন্দিন বাৰ্তা
-
November 24, 2024
শিৱসাগৰ নগৰৰ ধাইআলিস্থিত পদ্মশ্রী সন্মানপ্ৰাপক(Padma Shri) ইমৰান শ্বাহৰ(Imran Shah's birthday) বাসভৱনত শনিবাৰে অনুষ্ঠিত হোৱা তেখেতৰ ৯২সংখ্যক ওপজা দিনৰ বিশেষ কাৰ্যসূচীত অগণন শুভাকাঙ্ক্ষীৰ শুভেচ্ছা গ্ৰহণ কৰি কথাশিল্পী ইমৰান শ্বাহে আৱেগিক হৈ সকলোকে কৃতজ্ঞতা জনোৱাৰ লগতে এনেকৈয়ে সকলোকে লগ পাই থাকিলে কাম কৰাৰ সাহস পাম বুলি উল্লেখ কৰে।
1
...
64
65
66
...
205
Page 65 of 205
Popular
আজি অসম বিধানসভা নিৰ্বাচনৰ ভোটগণনাঃ অসমবাসীয়ে লাভ কৰিব নতুন চৰকাৰ
দৈনন্দিন বাৰ্তা
-
May 4, 2026