Breaking

উত্তৰ গুৱাহাটীৰ বৰ বাকাত ১০০ বছৰীয়া বেপ্টিষ্ট গীৰ্জা ঘৰত উলহ-মালহৰ পৰিৱেশ…

0 26

আজি পবিত্ৰ বৰদিন। পবিত্ৰ বৰদিন উপলক্ষে খ্ৰীষ্টান‌ ধৰ্মালম্বী লোকৰ মাজত পাৰভগা উচাহ। নতুন ৰূপত সজাই তোলা হৈছে গীৰ্জা ঘৰ সমূহ। উত্তৰ গুৱাহাটীৰ বৰ বাকাত ১০০ বছৰ গৰকা এটা বেপ্টিষ্ট গীৰ্জা ঘৰ। ১৯২৩ চনত সাধাৰণ ভাৱে আৰম্ভ কৰা হৈছিল এই গীৰ্জা ঘৰটো। আজি এয়া জিলা খনৰ ভিতৰত এখন আকৰ্ষণীয় গীৰ্জা ঘৰ। গীৰ্জা ঘৰটোৰ সৈতে প্ৰায় ৫০০ পৰিয়াল জড়িত হৈ আছে।

নিৰ্মাণ কৰা হৈছে যিশুৰ পবিত্ৰ জন্মভূমি বেথেলহাম। সমুহীয়া প্ৰাৰ্থনা সভাত অংশ ললে চাংসাৰিস্থিত অংকুৰণ জাতীয় বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰী তথা শিক্ষক-শিক্ষয়িত্ৰীৰ এটা দলে।

Leave A Reply