ওদালগুৰি জিলাৰ পূব প্ৰান্তত ভূটান অৰুণাচল সীমান্তত অৱস্থিত ওৰাং চাৰিআলিৰ মাজমাজিয়াত অৱস্থিত শ্ৰী শ্ৰী লক্ষ্মী মন্দিৰ খনত প্ৰায়ে ১০০ ধৰি স্থানীয় লোকে প্ৰত্যেক বছৰে পালন কৰি আহিছে লক্ষ্মী পূজা ।সৌভাগ্য আৰু শান্তিৰ প্ৰতীক মা লক্ষ্মীৰ আশীস সকলোৰে জীৱনত প্ৰাপ্ত হওঁক তাৰে কামনাৰে লক্ষ্মী পূৰ্ণিমাৰ এই পৱিত্ৰ দিনটোত ঐশ্বৰ্যৰ অধিষ্ঠাত্ৰী দেৱীৰ শ্ৰীচৰণত নিজ নিজ পৰিয়ালৰ লগতে ৰাজ্য খনৰ মংগল আৰু উন্নতিৰ হেতুকে সমগ্ৰ ওৰাং বাসী ৰাইজে এই ঐতিহ্য মণ্ডিত পূজা থলীত পূজা অৰ্চনা কৰি আহিছে । ওৰাংত অৱস্থিত শ্ৰী শ্ৰী লক্ষ্মী মন্দিৰত প্ৰায়ে ১০০ বছৰ ধৰি পূজা অৰ্চনা চলি আহিছে । ১০০ বছৰ পুৰণি এই পূজাত ওৰাং অঞ্চলৰ দাঁতি কাষৰীয়া গাঁও সমূহৰ পৰাও উক্ত পূজাৰ দিনা আহি পূজা অৰ্চনা কৰি আজি ১০০ বছৰ ধৰি স্থানীয় ৰাইজে এই শৈলী অৱলম্বন কৰি আহিছে । উক্ত লক্ষ্মী মন্দিৰ প্ৰাংগনত অতীজৰে পৰা লক্ষ্মী পূজা উপলক্ষে মেলা ,মিনাবজাৰ ,বিশেষকৈ থিয়েটাৰ আদি পাতি সমগ্ৰ অ ঞ্চলৰ ৰাইজক আকৰ্ষিত কৰি আহিছিল , ৷ যদিও ক্ৰমান্বয়ে উক্ত লক্ষ্মী মন্দিৰৰ প্ৰাংগণতেই সাহিত্য ভৱন , ৰংগমন্স সভা হল আৰু লক্ষ্মী মন্দিৰ কমিটিৰ কেইবাটাও দোকান গঢ় লোৱাৰ ফলত খেলপথাৰ সৰু হৈ পৰিছে যাৰ ফলত আগৰ তুলনাত বৃহৎ মেলা পাতিবলৈ অসুবিধা হলেও আগৰ দৰেই পূজা অৰ্চনা অব্যাহত আছে ।
Breaking
- গুৱাহাটী স্মাৰ্ট চিটী প্ৰকল্প পৰ্যবসিত হৈছে খীৰতী গাইলৈ। ছ বছৰত ৩৬৪ কোটি ব্যয় কৰাৰ পিছতো প্ৰতিফলিত হোৱা নাই উন্নয়নৰ ছবি
- কৃতি চাননৰ ৩২ তম জন্মদিনত সুশান্তৰ সৈতে ৰোমান্টিক ফটো চাওক। আৱেগিক হৈ পৰিল কৃতি চানন
- চৰাইবাহী বৰভগীয়াত ড্ৰাগচ বিৰোধী অভিযানত মিকিৰভেটা আৰক্ষীৰ বৃহৎ সফলতা
- অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্য বৃদ্ধিৰ বিৰুদ্ধে গোলাঘাট মহকুমা ছাত্ৰ সন্থাৰ উত্তাল প্ৰতিবাদ
- জালুকবাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ প্ৰাক্তন ছাত্ৰ ছাত্ৰী সমাৰোহৰ লাই খুটা স্থাপন
- আমেথিৰ পৰা প্ৰতিদ্বন্দ্বিতা আগবঢ়োৱা সন্দৰ্ভত ৰাহুল গান্ধীয়ে নিশ্চিত কৰা নাই…
- বাটলাৰৰ শতকটো নিশ্চিতভাৱে মই দেখা শীৰ্ষ পাঁচটা শ্ৰেষ্ঠ ইনিংছৰ অন্যতম ! মেচৰ অন্তত ক’লে ৰয়েলছৰ কেৰিবিয়ান তাৰকা ৰভমেন পাৱেলে…
- কণ্ঠশিল্পী তনময় শইকীয়াৰ পচৰীয়াৰ নপাৰা ৰাইজে অনুষ্ঠিত কৰা সংগীতানুষ্ঠানৰ বিৰুদ্ধে গুৰুতৰ অভিযোগ…
- নামনি মাজুলীত কংগ্ৰেছৰ বৃহৎ বাইক ৰেলী পদযাত্ৰা ! সহস্ৰাধিক ৰাইজৰ অংশগ্ৰহণ…
- মোদীৰ গেৰাণ্টী মানে ‘গেৰাণ্টী পূৰণ হোৱাৰ গেৰাণ্টী’ ! নলবাৰীৰ বিশাল জনসভাত এই মন্তব্য প্ৰধানমন্ত্ৰীৰ…
- চত্তীশগড়ৰ কাংকেৰত নিৰাপত্তীৰক্ষী আৰু মাওবাদীৰ মাজত সংঘৰ্ষ ! মাওবাদী কমাণ্ড শংকৰ ৰাও এই সংঘৰ্ষত নিহত…
- ঘোষণা হ’ল ২০২৪বৰ্ষৰ গুৱাহাটী বিহু সন্মিলনীৰ বিহু সম্ৰাজ্ঞী,বিহুৰাণী,বিহুকুঁৱৰী প্রতিযোগিতাৰ ফলাফল ! ধেমাজিৰ শিৰোশ্ৰী শইকীয়াই লাভ কৰে বিহু সম্ৰাজ্ঞীৰ খিতাপ…
- KKRৰ বিৰুদ্ধে অবিশ্বাস্য জয় RR ৰ ! বাটলাৰক অভিনন্দন জনালে শ্বাহৰুখ খানেও…
- প্ৰৱল ধুমুহা বৰষুণৰ কাল ৰূপ মাৰ্ঘেৰিটাত…