Breaking

মিছামৰাৰ দুৰ্গামন্দিৰ প্ৰাঙ্গনত বিবাহ পাশত আৱদ্ধ হ’ল ১০১ যোৰা দৰা-কইনা…

0 27

১০১ যোৰা দৰা-কইনা বিবাহ পাশত আৱদ্ধ হ’ল। ক’ত সম্পন্ন হ’ল এই ব্যতিক্ৰমী বিবাহ?
পুৰোহিতৰ মন্ত্ৰোচাৰণত মুখৰিত হৈ পৰিল মিছামৰাৰ দুৰ্গামন্দিৰ প্ৰাঙ্গন ।


মিছামৰা চাহ বাগিছা হিন্দু যুৱকৰ উদ্যোগত সম্পন্ন হ’ল এই ব্যতিক্ৰমী বিবাহ।
ৰাইজৰ সহযোগত দেৰগাঁৱৰ মিছামৰাত বহিল ১০১যোৰা দৰা-কইনা।


কোনো যোৰা দৰা-কইনাৰ বয়স ৫০/৬০ বছৰ,কোনোযোৰাৰ আকৌ ৩০/৪০বছৰ।
সমূহীয়া বিবাহক লৈ ব্যাপক উৎসাহ মিছামৰা বাসী ৰাইজৰ।

দিব্য জ্যোতি কাকতিৰ প্ৰতিবেদন ,ৰঙামাটি

Leave A Reply