Breaking

ৰাজ্যৰ ১১গৰাকী ACS বিষয়াক IAS হিচাপে পদোন্নতি

0 201

ৰাজ্যৰ ১১গৰাকী ACS বিষয়াক IAS হিচাপে পদোন্নতি৷

IAS হিচাপে পদোন্নতি লাভ কৰা বিষয়াসকল হ’ল-মণিতা বৰগোহাঁই, গীতাঞ্জলী ভট্টাচাৰ্য, মহম্মদ শ্বাহ নাৱাজ চৌধুৰী, ফজলুল হক চৌধুৰী, কাবশ্ৰী মহন্ত, মানৱিকা চৌধুৰী, ইন্দ্ৰেশ্বৰ কলিতা, কুশৰ জামিল হিলালী, দেৱ কুমাৰ কলিতা, অৰুন্ধতী চক্ৰৱৰ্তী, স্মিতাক্ষী বৰুৱা৷

Leave A Reply