Breaking

লখিমপুৰত অনুষ্ঠিত UKAA NORTH ASSAM ZONE INTER DISTRICT KARATE CHAMPI0NSHIP 2023 ত সোণ, ৰুপ আৰু ব্ৰঞ্জৰ পদক লাভ শোণিতপুৰৰ ২৪ গৰাকী খেলুৱৈৰ

0 78

শোণিতপুৰ জিলাৰ ২৪ গৰাকী খেলুৱৈয়ে ৮-৯ এপ্ৰিলত অনুষ্ঠিত হোৱা লখিমপুৰৰ হৰমোটিত অনুষ্ঠিত একাদশ UKAA NORTH ASSAM ZONE INTER DISTRICT KARATE CHAMPI0NSHIP 2023 ত অংশগ্ৰহণ কৰে। এই প্ৰতিযোগিতা খনত খেলুৱৈসকলে ১২টা সোণ, ১৪টা ৰূপ আৰু ৫টা ব্ৰঞ্জৰ পদককে ধৰি ৩১টা পদক লাভ কৰি এক উৎকৃষ্ট প্ৰদৰ্শন কৰে।

প্ৰতিযোগী সকল হ’ল-
১) হৰ্ষিত কাশ্যপ, বয়স ৯ বছৰ -৩০কেজি কুমিতে
২)প্ৰত্যক্ষী শইকীয়া , বয়স ১০বছৰ +৪০কেজি কুমিতে
৩) জোনাক নিবিৰ কাশ্যপ, বয়স ১১ -৪০কেজি কুমিতে
৪) Daniça Goswami, বয়স ১২ -৪০কেজি কুমিটে
৫)শ্ৰবন বৰুৱা, বয়স ১৩বছৰ -৫০কেজি কুমিতে
৬) সমীৰণ কাশ্যপ, বয়স ১৩ +৫৫কেজি কুমিটে
৭) নিহাৰিকা হাতী বৰুৱা কেডেট -৪২কেজি কুমিতে
৮) স্বাগতা কাশ্যপ কেডেট -৪৭কেজি কুমিতে
৯)বিশাখা বসুমতাৰী কেডেট ছোৱালী -৫৪ কেজি কুমিটে
১০) ধীৰাজ বৰা কেডেট ল’ৰা -৫২কেজি কুমিতে
১১) অনিকেত কোচ কেডেট ল’ৰা -৭০কেজি কুমিটে
১২) হিমাংশু শইকীয়া জুনিয়ৰ ল’ৰাৰ কাটা


ৰূপৰ পদক:
১) নোবীন ৰানা, বয়স ৮ বছৰ -৩০কিলো কুমিটে
২) অনুৰাধা নাথ, বয়স ১০বছৰ-২৫কেজি কুমিটে
৩) যুৱৰাজ বৰা, বয়স ১০বছৰ -২৫কেজি কুমিতে
৪) প্ৰাণ প্ৰাচুৰ্জ্য বৰা, বয়স ১২বছৰ ল’ৰাৰ কাটা
৫) ইৰফান আলী ১২বছৰ ল’ৰা -৫৫কেজি কুমিটে
৬)শ্ৰবন বৰুৱা ১৩বছৰ ল’ৰাৰ কাটা
৭) শুৱম দাস কেডেট ল’ৰা -৪৫ কেজি কুমিতে
৮) স্বাগতা কাশ্যপ কেডেট ছোৱালীৰ কাটা
৯) অনিকেত কোচ কেডেট ল’ৰা কাটা
১০) ঋষা বৰা জুনিয়ৰ গাৰ্লছ কাটা & কুমিটে
১১) অবিদ কুৰেশী জুনিয়ৰ ল’ৰা কাটা
১২) হিমাংশু শইকীয়া জুনিয়ৰ ল’ৰা কুমিতে
১৩)বিনুদ তাঁতী জ্যেষ্ঠ পুৰুষ -৫০কেজি কুমিতে
১৪)বিকি নাথ ছিনিয়ৰ পুৰুষ -৬৭কেজি কুমিটে


ব্ৰঞ্জৰ পদক:
১) সৌৰব্য ৰাণা ১১বছৰ ছোৱালী -৩৫ কিলোগ্ৰাম কুমিটে
২) সমীৰছন কাশ্যপ ১৩বছৰ ল’ৰা কটা
৩)বিশাখা বসুমতাৰী কেডেট ছোৱালী কটা
৪) অবিদ কুৰেশী জুনিয়ৰ ল’ৰা -৫৫ কেজি কুমিটে
৫) ত্ৰিদীপ দাস ছিনিয়ৰ পুৰুষ কটা

ইয়াৰ উপৰিও ২ জন বিষয়াই তেওঁলোকৰ KIO JUDGE B আৰু এজন বিষয়াই প্ৰথম প্ৰচেষ্টাত UKAA JUDGE B পৰীক্ষাত ক্লিয়াৰ কৰে।
কিও জজ বি
১) বিনুদ তাঁতী
২) নয়ন জ্যোতি কোচ
উকায়া জজ বি
১) বিকি নাথ

Leave A Reply