Breaking

২৪ ঘন্টাত ভাৰতত ৫৭৩ গৰাকী ৰোগীৰ ক’ৰণাত মৃত্যু

0 2,038

দেশত কোৰোনাৰ প্ৰকোপ অব্যাহত আছে। বিগত ২৪ঘন্টাত দেশত ২লাখ ৮৬হাজাৰ লোক নতুনকৈ কোৰোনাত আক্ৰান্ত হোৱাৰ ঘটনাই চিন্তিত কৰি তুলিছে দেশবাসীক। এই সময়চোৱাত দেশত ৫৭৩গৰাকী ৰোগীৰ মৃত্যু হৈছে।

বিগত ২৪ঘন্টাত ৩লাখ ৬হাজাৰ ৰোগী সুস্থ হৈ ঘৰলৈ উভতাৰ লগতে ২২লাখ ৰোগী এতিয়াও চিকিতসাধীন অৱস্থাত আছে। দেশত পজিটিভিটিৰ হাৰ হৈছে ১৯.৫৯শতাংশ।

Leave A Reply