Breaking

ইউক্ৰেইনত আৱদ্ধ ভাৰতীয় শিক্ষাৰ্থীক উদ্ধাৰ কৰিবলৈ যাব ৪ কেন্দ্ৰীয় মন্ত্ৰী !

0 2,033

বৰ্তমান ইউক্ৰেইনৰ পৰিস্থিতি অতি ভয়ানক।ইউক্ৰেইন আৱদ্ধ বহু ভাৰতীয় শিক্ষাৰ্থী।
ইউক্ৰেইনত ইউক্ৰেইনৰ সেনাই ভাৰতীয় শিক্ষাৰ্থী সকলক অত্যাচাৰ কৰা ভিডিঅ’ ইতিমধ্যে সামাজিক মাধ্যমত ভাইৰেল হৈ পৰিছে।ইউক্ৰেইনত আৱদ্ধ হৈ থকা ভাৰতীয় শিৰ্ক্ষাথীক উদ্ধাৰ কৰিবলৈ ইউক্ৰেইনৰ সীমান্তৱতী দেশবোৰলৈ যাব কেন্দ্ৰীয় চৰকাৰৰ ৪ জন মন্ত্ৰী।হৰদ্বীপ সিং পুৰী,জ্যোতিৰাদিত্য সিন্ধিয়া,কিৰেন ৰিজিজু,ভি.কে সিঙ যাব শিৰ্ক্ষাথী সকলক উদ্ধাৰ অভিযানত সহায় কৰিবলৈ।

Leave A Reply