Breaking

ZEE TV ৰ জনপ্রিয় ৰিয়েলিটী শ্ব’ DID Little Master Season-5 ত উজলিছে চিলাপথাৰ ফুলবাৰীপথাৰৰ ৫ বছৰীয়া আধ্যাশ্রী উপাধ্যায়

0 1,143

ৰাষ্ট্ৰীয় পৰ্যায়ত উজলিছে অসম সন্তান আধ্যাশ্ৰী উপাধ্যায়।ZEE TV ৰ জনপ্রিয় ৰিয়েলিটী শ্ব’ DID Little Master Season-5 ত চিলাপথাৰ ফুলবাৰীপথাৰৰ ৫ বছৰীয়া আধ্যাশ্রী উপাধ্যায় লাভ কৰিছে সমাদৰ । নৃত্য প্রতিভাৰে জয় কৰিবলৈ সক্ষম হৈছে বিচাৰকৰ লগতে দৰ্শকৰ মন । ইতিমধ্যে Top 10 ৰাউণ্ডত প্ৰৱেশ কৰা কণমানি আধ্যাশ্রীক প্রয়োজন আপোনাৰ , মোৰ অকণমান মৰম তথা সহাঁৰিৰ । ৰিয়েলিটী শ্ব’টোত অগ্ৰগতিৰ বাবে ভোটৰ প্ৰয়োজন আধ্যাশ্রীক ।আপুনিও মিছ কলৰ জৰিয়তে আধ্যাশ্রীক দিব পাৰিব ভোট।

আপুনি ZEE 5 এপ আৰু 9152915240 নম্বৰত মিছ কলৰ জৰিয়তে আধ্যাশ্রীক দিব পাৰিব ভোট । প্ৰতি শণিবাৰৰ নিশা ৯ বজাৰ পৰা সোমবাৰৰ পুৱা ৯ বজাৰ ভিতৰত দিৱ পাৰিৱ এই ভোট ।

Leave A Reply